অসম

gyanashree bora: স্ব-ইচ্ছাই অধ‍্যাপিকা পদ এৰিলে ড০ জ্ঞানশ্ৰী বৰাই

gyanashree bora: স্ব-ইচ্ছাই অধ‍্যাপিকা পদ এৰিলে ড০ জ্ঞানশ্ৰী বৰাই। ৰাজনীতিত যোগদানৰ পূৰ্ণ সম্ভাৱনা ড০ জ্ঞানশ্রী বৰা।

ACS Nupur Bora: পুনৰ গ্ৰেপ্তাৰ হ’ল দুর্নীতিগ্রস্ত ACS বিষয়া নুপূৰ বৰা

ACS Nupur Bora: পুনৰ গ্ৰেপ্তাৰ হ'ল দুর্নীতিগ্রস্ত ACS বিষয়া নুপূৰ বৰা। নুপূৰৰ বিৰুদ্ধে CMVত দাখিল হৈছিল এজাহাৰ।

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ

পুনৰ বহিঃৰাজ্যত মৃত্যু অসমৰ যুৱকৰ। বিশাখাপট্টনমত মৃত্যু অসমৰ যুৱকৰ। সোণাৰিৰ সমীপৰ হিঙৰিতলী গঞ্জুপাৰা গাঁৱৰ বাসিন্দা শুভংকৰ।

তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত ডাম্পাৰৰ খুন্দাত যুৱতীৰ মৃত্যুপথ অৱৰোধেৰে ৰাজপথ উত্তাল কৰিলে স্থানীয় ৰাইজে

তিনিচুকীয়াৰ বাহাদুৰ চাৰিআলিত ডাম্পাৰৰ খুন্দাত যুৱতীৰ মৃত্যুপথ অৱৰোধেৰে ৰাজপথ উত্তাল কৰিলে স্থানীয় ৰাইজে

Budget 2026: ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট দাখিল সদনতঃ কি কি সামগ্ৰীৰ দাম কমিল?

Budget 2026: ২০২৬-২৭ বৰ্ষৰ সাধাৰণ বাজেট দাখিল সদনতঃ কি কি সামগ্ৰীৰ দাম কমিল?বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে বাজেট।

Popular