Breaking

Browsing Category

অসম

নিমাতীত এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

নিমাতীৰ এজন যুৱ ব্যৱসায়ীৰ প্ৰশংসনীয় পদক্ষেপে সমাজৰ আদৰ্শৰ প্ৰতিক হিচাপে চিহ্নিত হৈছে । জানিব পৰা মতে নিমাতী কমলাবাৰী ফেৰী ঘাটৰ সমীপতে নিত্য প্ৰয়োজনীয় সাগ্ৰীৰ ব্যৱসায় কৰি থকা নিমাতীৰে বাসীন্দা মিণ্টু মাধৱ দত্তই ৰাইজৰ সুবিধাৰ্থে এটি
Read More...

ৰাইজৰ কাষলৈ গৈ ওজৰ-আপত্তি শুনিব কামৰূপ মহানগৰ জিলা আয়ুক্তই

ৰাইজক তেওঁলোকৰ প্ৰাপ্য সেৱা খৰতকীয়াকৈ আগবঢ়োৱাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে কামৰূপ মহানগৰ জিলা আয়ুক্ত সুমিত ছাত্তাৱানে৷ ৬ ডিচেম্বৰত কামৰূপ মহানগৰ জিলা আয়ুক্তৰ দায়িত্ব গ্ৰহণ কৰা ছাত্তাৱানে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নিজে উপস্থিত থাকি
Read More...

আজি ৰঙাপৰা সমষ্টিৰ ঘোৰামাৰী পঞ্চায়তত ” বিকশিত ভাৰত সংকল্প যাত্ৰা”…

আজি ৰঙাপৰা সমষ্টিৰ ঘোৰামাৰী পঞ্চায়তত " বিকশিত ভাৰত সংকল্প যাত্ৰা" সভা অনুষ্ঠিত কৰা হয় । উক্ত সভাত উপস্থিত থাকে শোনিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা তেজপুৰ বিধান সভা সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া ,শোনিতপুৰ জিলা
Read More...

সমগ্ৰ শিক্ষা কামৰূপ জিলাৰ অধীনত হাজো শিক্ষাখণ্ডৰ উদ্যোগত সামূহিক উৎসৱ পালন

সমগ্ৰ শিক্ষা কামৰূপ জিলাৰ অধীনত হাজো শিক্ষাখণ্ডৰ উদ্যোগত দলৈতোলা সমল কেন্দ্ৰৰ সহযোগত কলিতাকুছিস্থিত চি ডি বড়োপাৰা এম ই স্কুলত দিনযোৰা কাৰ্যসূচীৰে সামূহিক উৎসৱ অনুষ্ঠিত কৰা হয়। সেই অনুসৰি পুৱা
Read More...

আমাৰ মহিলাসকল আত্ম নিৰ্ভৰ হ’লেহে আত্ম নিৰ্ভৰ অসম আৰু আত্ম নিৰ্ভৰ ভাৰত সম্ভৱপৰ হ’ব-…

আমাৰ মহিলাসকল আত্ম নিৰ্ভৰ হলেহে আত্ম নিৰ্ভৰ অসম আৰু আত্ম নিৰ্ভৰ ভাৰত সম্ভৱপৰ হ'ব- অসম ঔদ্যোগিক আন্ত:গাঁথনি উন্নয়ন নিগম, অসম ষ্টাৰ্টআপ, আৰু আইটিচিৰ সহযোগত ৰেডিঅ' গপ ছপে আমবাৰীৰ ষ্টাৰ্টআপ নেষ্টত আয়োজন কৰা এক অনুষ্ঠানত ৰাজ্যৰ দহ গৰাকী
Read More...

প্রাথমিক টেট্ শিক্ষক সমাজৰ প্ৰতিবাদলৈ পূৰ্ণ সমর্থন ‘আপ’ৰ

ঠিকাভিত্তিত কৰ্মৰত শিক্ষকৰ বেতন সুৰক্ষাসহ নিয়মীয়াকৰণৰ প্ৰতিশ্ৰুতিৰে ঢাক-ঢোল বজোৱা বিজেপি চৰকাৰে প্ৰাপ্য দৰমহা মুকলি, চাকৰি নিয়মীয়াকৰণ কৰা আদি বিভিন্ন দাবীৰে মহানগৰীৰ চচলত তিনিদিনিয়াকৈ চলি থকা অৱস্থান ধর্মঘট কার্যসূচীলৈ পূর্ণ সমর্থন
Read More...

শীতক নেওচিও দুৰ্ঘটনা ৰোধৰ বাবে মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৰাজ্যজুৰি বাইক ৰেলিৰে জনসজাগতাৰ চেষ্টা

মনুষ্য জীৱন অতি দুৰ্লভ। কিন্তু বছৰি অধিক লোকে বাঁইক অথবা আন বাহনত আকস্মিক দুৰ্ঘটনা সংঘটিত হৈ কৰুণ মৃত্যুক সাৱতিব লগা হয়। আকস্মিক দুৰ্ঘটনা ৰোধ কৰি কি দৰে মানুহৰ অমূল্য জীৱন ৰক্ষা কৰিব পাৰি সেই উদ্দেশ্য সন্মুখত লৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত
Read More...

গীতে-মাতে দীপৰ বিলৰ কাষৰীয়া দেউছটালত ন- খোৱা উৎসৱ উদযাপন

অসম আৰু অসমীয়াৰ কৃষিজীৱী জনজীৱনৰ লগত অতীজৰে পৰা পৰম্পৰাগতভাবে উদযাপন কৰি অহা আঘোঁণ মাহৰ ন-খোৱা উৎসৱ উপলক্ষে ১৩ ডিচেম্বৰৰ সন্ধিয়াৰ পৰা নিশালৈ উদুলি-মুদুলি পৰিবেশৰ সৃষ্টি হয় গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছটালৰ সমাজকৰ্মী তথা অঞ্চলটোৰ অগ্ৰণী
Read More...

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা ১০১ গৰাকীক পাৱাৰ টিলাৰ বিতৰণ; ৮৫ শতাংশ ৰাজ সাহায্য দি কৃষকক সকাহ

মিচিং স্বায়ত্তশাসিত পৰিষদৰ দ্বাৰা উন্নয়নমুখী আঁচনিৰ ৰূপায়ণ অব্যাহত আছে ৷ তেওঁলোকৰ উন্নয়নমুখী আঁচনিৰ অংশ হিচাপে মিচিং স্বায়ত্তশাসিত পৰিষদৰ ৩৬ খন পৰিষদীয় সমষ্টিৰ ১০১ গৰাকী আদৰ্শ কৃষকক ১০১ খন পাৱাৰ টিলাৰ পৰিষদৰ কৃষি বিভাগৰ পৰা বিতৰণ কৰা হয় ৷
Read More...

গুৱাহাটীৰ অসম সাহিত্য সভা ভৱনত দৰঙী কলা-কৃষ্টিৰ ‘লোকস্পন্দন’ অনুষ্ঠান

অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সৌজন্যত আৰু ছিপাঝাৰৰ সাংস্কৃতিক সংস্থা নান্দীৰাগৰ উদ্যোগত মঙ্গলবাৰে সন্ধিয়া আয়োজন কৰা হয় দৰঙী কলা-কৃষ্টিৰ অপূৰ্ব সমাহাৰৰে সাংস্কৃতিক অনুষ্ঠান লোকস্পন্দন। অসম সাহিত্য সভা ভৱনত মঙলবাৰে সন্ধিয়া আয়োজিত
Read More...