অসম

ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম পুনৰ বাঢ়িল

পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম ৫০ টকাকৈ বৃদ্ধি। দিল্লীত আজিৰে পৰা প্ৰতিটো ৰন্ধন গেছৰ ঘৰুৱা চিলিণ্ডাৰৰ দাম হ’ব...

বিহু সম্পৰ্কে শীঘ্ৰেই আহিব এছ অ’ পি ! চান্দা সংগ্ৰহত কঠোৰ চৰকাৰ

বাপতি সাহোন বিহুটিলৈ মাজত প্ৰায় ডেৰ মাহ বাকী। চৰকাৰে ইতিমধ্যে বিহুৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে কঠোৰ স্হিতি। সেইমৰ্মে কোনো বিহু কমিটি বা উদ্যোক্তা সকলে কোনো...

আজিৰ পৰা পাৱাৰলুম গামোচাৰ বিৰুদ্ধে অভিযান ! শৰাইৰ স্হান ল’লে আমদানিকৃত ” হুৰাই” য়ে, আমদানিকৃত মেখেলা-চাদৰৰ বিৰুদ্ধে অভিযান

আমদানিকৃত গামোচা আৰু মেখেলা-চাদৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহন কৰিছে ৰাজ্য চৰকাৰে। কাইলৈৰ পৰা ৰাজ্যজুৰি আমদানিকৃত পাৱাৰলুম গামোচা আৰু মেখেলা-চাদৰৰ বিৰুদ্ধে চলিব অভিযান। কাইলৈ প্ৰতিখন...

অসমত ৬২ গৰাকীক হত্যা কৰিছে চৰকাৰে – অখিল গগৈ ! পুঁজিপতিৰ মাটিত নচলে বুলড’জাৰ…

আৰক্ষীৰ এনকাউন্টাৰক লৈ পুনৰ আক্ৰমনাত্মক হৈ পৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অসমত ৬২ গৰাকী ব্যক্তিক পৰিকল্পিত ভাবে চৰকাৰে হত্যা কৰাৰ অভিযোগ তুলি মুখ্যমন্ত্ৰী ডঃ...

বকোৰ ছমৰীয়া সত্ৰত বিষ্ণু আতাৰ তিৰোভাৱ তিথিৰ মেলাত জুৱা; নিৰ্বিকাৰ জিলা প্ৰশাসন

দক্ষিণ কামৰূপ জিলাৰ বকোৰ ছমৰীয়া সত্ৰ এখন উল্লেখযোগ্য পীঠস্থান হিন্দু মুছলমানৰ মিলন ভূমি। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী মাধৱদেৱৰ প্ৰধান শিষ্য, বৰ বিষ্ণু আতাৰ চাৰিখন...

Popular