Breaking

সন্তানৰ মাতৃ হ’ল নেকি মোহময়ী বৰষা ৰাণী বিষয়া? ভাইৰেল ফটোৱে সৃষ্টি কৰিছে কৌতুহলৰ।

0 22,237

এই ফটোখনে এতিয়া নেটিজেনৰ মনত সৃষ্টি কৰিছে কৌতুহলৰ।

মাতৃত্ব লাভ কৰিলে নেকি বৰষাই? বৰষাৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই ফটোখন আপলোড কৰাৰ পাছত বহুতেই অভিনন্দন জনালে ভাস্কৰ-বৰষাক।কিন্তু অৱশেষত বৰষা ৰাণী বিষয়াৰ পৰায়ে প্ৰকৃত সত্য জানিব পৰা গ’ল।এইখন আচলতে এক বিশেষ শ্বুটিঙৰ হে ফটো। মৰমলগা ফটোখন আপলোড কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

Leave A Reply