সন্তানৰ মাতৃ হ’ল নেকি মোহময়ী বৰষা ৰাণী বিষয়া? ভাইৰেল ফটোৱে সৃষ্টি কৰিছে কৌতুহলৰ।

এই ফটোখনে এতিয়া নেটিজেনৰ মনত সৃষ্টি কৰিছে কৌতুহলৰ।

মাতৃত্ব লাভ কৰিলে নেকি বৰষাই? বৰষাৰ ইনষ্টাগ্ৰাম হেণ্ডেলত এই ফটোখন আপলোড কৰাৰ পাছত বহুতেই অভিনন্দন জনালে ভাস্কৰ-বৰষাক।কিন্তু অৱশেষত বৰষা ৰাণী বিষয়াৰ পৰায়ে প্ৰকৃত সত্য জানিব পৰা গ’ল।এইখন আচলতে এক বিশেষ শ্বুটিঙৰ হে ফটো। মৰমলগা ফটোখন আপলোড কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

Related Articles