Breaking

ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ অসম কন্যা উমা ছেত্ৰীৰ…

0 150

অৱশেষত ভাৰতীয় জাতীয় দলত স্থান কৰিলে এগৰাকী অসম কন্যাই। ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা ক্ৰিকেটাৰগৰাকী হৈছে উমা ছেত্ৰী।

উমা ছেত্ৰীয়ে টী-২০ আৰু এদিনীয়া দুয়োটা দলতে অন্তৰ্ভুক্ত হৈছে ।

তেওঁ বাংলাদেশত অনুষ্ঠিত হ’বলগীয়া তিনিখনকৈ টী-২০ আৰু এদিনীয়াত খেলিব।

দেওবাৰ বিচিচিআয়ে ঘোষণা কৰে ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকলৰ নাম।

উমা এগৰাকী প্ৰতিভাৱান উইকেটকীপাৰ আৰু বেটাৰ।

Leave A Reply