Breaking

আজি দিনৰ ১১ বজাত ৰাজধানী দিল্লীলৈ ‘দিল্লী চলো’ যাত্ৰা কৰিব ১৪ হাজাৰ কৃষকে…

0 23

ভাৰতত কৃষক আন্দোলনৰ যুদ্ধংদেহী ৰূপ।

আজি দিনৰ ১১ বজাত ৰাজধানী দিল্লীলৈ ‘দিল্লী চলো’ যাত্ৰা কৰিব ১৪ হাজাৰ কৃষকে। টিক্ৰী সীমান্তত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

বিদ্ৰোহী কৃষকৰ দাবী মানি নল’লে আন্দোলন আৰু ভয়ংকৰ হোৱাৰ হুংকাৰ।

Leave A Reply