Breaking

সদৌ অসম গড় সমাজ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ২০২৩ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰিক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক জ্ঞাপন…

0 61

সদৌ অসম গড় সমাজ গোলাঘাট জিলা সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ২০২৩ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতি ছাত্ৰ-ছাত্ৰী সকলক আজি গেলাবিল বালিকা উচ্চমাধ্যমিক বিদ্যালয় প্ৰাংগনত ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জনাই।

সম্বৰ্ধনা সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম গড় সমাজ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা খেমৰাজ আয়েম সদৌ অসম গড় সমাজ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক লোকনাথ গড় গেলাবিল বালিকা উচ্চমাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মিতালী কাকতি গড় সমাজৰ জিলা সমিতিৰ শিক্ষা সম্পাদক আছিল বিতুল গড় উপস্থিত থাকি ছাত্ৰ ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ লগতে শিক্ষা জীৱনৰ বহুমূলীয়া বক্তব্য আগবঢ়ায়।

Leave A Reply