Breaking

কিয়েভৰ আশ্ৰয়স্থলত এগৰাকী মহিলাই জন্ম দিলে এটি কন্যা সন্তান!

0 2,042

বৰ্তমান ইউক্ৰেইনৰ অৱস্থা অতি শোচনীয়।কিয়েভত এগৰাকী ২৩ বছৰীয়া মহিলাই মেট্ৰ’ ষ্টেচনত নিৰ্মিত আশ্ৰয়স্থলত এটি কন্যা সন্তান জন্ম দিয়ে। সন্তানটিৰ নাম ৰাখে ‘মিয়া’।

বৰ্তমান মহিলাগৰাকী আৰু কেঁচুৱাটো দুয়ো ভালেই আছে। কন্যা সন্তান জন্ম দিয়া মাতৃগৰাকীয়ে কয় যে “এয়া মোৰ বাবে অতি কঠিন সময় আছিল,কিন্তু মই যথেষ্ট টেনচনত আছিলো।”

Leave A Reply