Breaking

বিদ্যালয় যুগলকৰণৰ বন্ধু বিদ্যালয় সমাৰোহৰ বঁটা বিতৰণী সভা…

0 176

২ নং বকুলী হালধীআটী প্ৰাথমিক বিদ্যালয় আৰু ২নং বকুলী চাপৰি প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বন্ধুত্বপূৰ্ণ ক্ৰিয়া সমাৰোহৰ বঁটা বিতৰণী সভা। বন্ধু বিদ্যালয় কাৰ্য্যসুৰ্চীৰ জড়িয়তে অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী সকলৰ বিভিন্ন বিষয়ত সুপ্ত প্ৰতিভা বিকাশ মঞ্চ এখন দিয়াৰ প্ৰয়াস।

সেই মহান উদ্দেশ্য আগত ৰাখি বিদ্যালয় সমূহৰ মাজত বন্ধু বিদ্যালয় নামৰ এটি সমাৰোহ আৰম্ভ কৰা হৈছে। এই অনুষ্ঠানত দুখন বিদ্যালয়ে মিলি আয়োজনৰ কৰে। দুখন বিদ্যালয়ৰ ছাত্ৰছাত্ৰী আৰু শিক্ষকৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠে। সেইবাবে এই সমাৰোহৰ নাম “বন্ধু বিদ্যালয়” ৷ বন্ধু বিদ্যালয় সমাৰোহখত দুখন বিদ্যালয়ৰ মাজত খেলধেমালি আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰা হয়।

Leave A Reply