Breaking

সাৱধান! আপোনালৈও আহে নেকি এই মেচেজ

0 2,490

বিদ্যুৎ বিভাগৰ নামত অহা মেচেজৰ পৰা সাৱধান

আপোনালৈ আহিছে নেকি বিদ্যুৎ বিভাগৰ নামত SMS

ভুলটো কল নকৰিব SMSত অহা নম্বৰত

ৰাজ্যৰ বহু লোকলৈ আহিছে বিদ্যুৎ বিভাগৰ নামত এই SMS

বিদ্যুৎ মাছুল নিদিয়াক লৈ WhatsAppত আহে এই SMS

এনে SMSৰ পৰা সাৱধান হ’বলৈ পৰামৰ্শ বিদ্যুৎ বিভাগৰ

Leave A Reply