Breaking

আজিৰ পৰা সাৱধান : আজিৰে পৰা কাৰ্ফিউ চলি থকাৰ সময়ত সান্ধ্য ভ্ৰমণলৈ নোলাব

0 2,042

▶️গুৱাহাটীত অধিক কঠোৰ হ’ব আৰক্ষী।

▶️সান্ধ্য আইন চলি থকা সময়ত যিসকলে সান্ধ্য ভ্ৰমণ কৰিবলৈ ওলাই আহে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ’ব জিলা প্ৰশাসন।

▶️কঠোৰ হ’ব সান্ধ্য আইনৰ নিয়ম৷

▶️সান্ধ্য আইনৰ সময়ত বাহিৰলৈ ওলালে হ’ব শাস্তি৷

▶️খোজকঢ়া, চাইকেল চলোৱাৰ অজুহাতত ওলালেও পাব শাস্তি৷

▶️গুৱাহাটীত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷

▶️গুৱাহাটীৰ ক’ভিডৰ শেহতীয়া পৰিস্থিতিক লৈ চিন্তিত স্বাস্থ্য বিভাগ৷

▶️গুৱাহাটীবাসীক ক’ভিড বিধি মানিবলৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ আহ্বান৷

▶️ৰাজ্যৰ বিভিন্ন জিলাত সম্পূৰ্ণ লকডাউন জাৰী কৰিলেও মহানগৰীত হোৱা সংক্ৰমণৰ বাবে চিন্তিত স্বাস্থ্য বিভাগ৷

▶️যাৰ বাবে গ্ৰহণ কৰিব পাৰে বিশেষ পদক্ষেপ৷

Leave A Reply