August 27, 2024 নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ চৰাইদলনিৰ বীণা নেওগৰ মৃত্যু… Share FacebookTwitterWhatsAppTelegramKooEmail নাৰায়ণপুৰত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত মহিলাৰ মৃত্যু। মৃত মহিলাগৰাকী চৰাইদলনিৰ বীণা নেওগ। ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু মহিলাগৰাকীৰ। বিগত এমাহত নাৰায়ণপুৰত JEত আক্ৰান্ত হৈ মৃত্যু হৈছে দুজনৰ। Author: দৈনন্দিন বাৰ্তা Related Articles ৩০ বছৰীয়া জনপ্ৰিয় অভিনেত্ৰী সঞ্চিতা উগালেৰ চৰমপন্থা দৈনন্দিন বাৰ্তা - June 15, 2026 মহানগৰীত অঘটনঃ গছ পৰি ছাত্ৰীৰ মৃত্যু… দৈনন্দিন বাৰ্তা - June 12, 2026 জনকল্যাণ আৰু আলোকপ্ৰভঞ্জন ৱেলফেয়াৰ ছচাইটীৰ উদ্যোগত হাওৰাঘাটত বৃক্ষৰোপণ কাৰ্যসূচী।World Environment Day দৈনন্দিন বাৰ্তা - June 5, 2026