Breaking

উপ-নিৰ্বাচনৰ ৫ সমষ্টিতে উৰিল গেৰুৱা পতাকা! কোন প্ৰাৰ্থীয়ে পালে কিমান ভোট?

0 2,028

*২৮ নং গোসাইগাওঁ সমষ্টিত ইউ পি পি এলৰ প্ৰাৰ্থী জিৰন বসুমতাৰীৰ জয়লাভ।

* সৰ্বমুঠ ভোট লাভ কৰিছে ৫৬,৬৭৩ টা ।

* জিৰন বসুমতাৰীয়ে মুঠ ২৮,৯৩৬ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিছে ।

* ভৱানীপুৰ সমষ্টিত জয়লাভ কৰিছে বিজেপিৰ প্ৰাৰ্থী ফণী তালুকদাৰে।

* ফণী তালুকদাৰে ২৫,২৫২ টা ভোটত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

* তেওঁ মুঠ ভোট লাভ কৰিছে ৬৩, ৩৫৫ টা ।

* ১০১ নং মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ বৃহত্ বিজয়।

* ৰূপজ্যোতিয়ে ৪০,১৬৮ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

* ১০৭ নং থাওৰা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইয়ে বিজয় সাব্যস্ত কৰিছে।

* ২৯,৯৩১ টা ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। সুশান্তই মুঠ ভোট লাভ কৰিছে ৫৩,২৮০ টা ভোট।

* ৫৮ নং তামুলপুৰ তামুলপুৰ সমষ্টিৰত ইউ পি পি এলৰ প্ৰাৰ্থী জলেন দৈমাৰীৰ জয় লাভ

* ৫৩,৯১৬তা ভোটৰ ব্যৱধানত জয় লাভ।

Leave A Reply