Breaking

তামুলপুৰত বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন…

0 57

গয়বাড়ী মণ্ডল বি জে পি ৰ উদ্যোগত আজি বিজেপিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। পুৱাৰ ভাগত ঘৰে ঘৰে পতাকা উত্তোলন,বৃক্ষ ৰোপণ কৰাৰ পিছত কমিটি, মণ্ডল কমিটিৰ উদ্যোগত সভা সমিতি অনুষ্ঠিত কৰি অঞ্চলটোৰ বয়োজ্যেষ্ঠ বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

আজি গয়বাৰী মণ্ডল বিজেপিৰ সভাপতি হেমন্ত কুমাৰ ৰাভাৰ সভাপতিত অনুষ্ঠিত সম্বৰ্ধনা সভাত তামুলপুৰ জিলা বিজেপিৰ সভাপতি ভিক্টৰ কুমাৰ দাসে উপস্থিত থাকি বিজেপিৰ ইতিহাস আৰু বিকাশ ব্যাখ্যা কৰে।

তামুলপুৰৰ পৰা প্ৰসাদ দাসৰ প্ৰতিবেদন

Leave A Reply