Breaking

‘৩০-৪০ বছৰ দেশ আৰু ৰাজ্যত বিজেপি চৰকাৰ থাকিব লাগিব’ – হিমন্ত বিশ্ব শৰ্মাৰ

0 1,570

“৪০ বছৰ থাকিব লাগিব বিজেপি চৰকাৰ”।

‘৩০-৪০ বছৰ দেশ আৰু ৰাজ্যত বিজেপি চৰকাৰ থাকিব লাগিব’

‘তেতিয়াহে ভাৰত সুৰক্ষিত আৰু সমৃদ্ধশালী হ’ব’

‘পশ্চিমবঙ্গ, কেৰেলা, তেলেংগনা, অন্ধপ্ৰদেশ, তামিলনাডু, উৰিষ্যাতো বিজেপি চৰকাৰ হ’ব’

‘বিজেপি চৰকাৰৰ দিনত দৰিদ্ৰতা ২২ৰ পৰা ১০ শতাংশলৈ হ্ৰাস হৈছে’

‘চিকিৎসাৰ আন্ত:গাঁঠনি ২০২৪ চনলৈ ভাৰতে শীৰ্ষ ৫খন দেশৰ ভিতৰত অন্তভুৰ্ক্ত হ’ব’

‘অসমত বিজেপিৰ বিজয়ে উত্তৰ পূৰ্বাঞ্চলত বিজেপিৰ স্থায়ী উপস্থিতিৰ পৰিচয় দিলে’

‘উত্তৰ পূৰ্বাঞ্চল এতিয়া বিজেপিৰ গঢ় হিচাপে চিহ্নিত’

‘পশ্চিমবঙ্গ আৰু তেলেংগনাকো পৰিয়ালতন্ত্ৰ ৰাজনীতিৰ পৰা মুক্তি দিব বিজেপিয়ে’

হায়দৰাবাদত হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা

Leave A Reply