Breaking

৪৮নং ৱাৰ্ডত বিজয় সাব্যস্ত বিজেপিৰ দুলুমনি কাকতি

0 82

গুৱাহাটী পৌৰনিগম বিজেপিৰ দখলত । ৪৮নং ৱাৰ্ডত বিজয় সাব্যস্ত বিজেপিৰ দুলুমনি কাকতি । ৱাৰ্ডটোত সৰ্বমুঠ ভোটাৰ আছিল ১২৪৮১গৰাকী ।ভোট প্ৰদান কৰিছিল ৪৮১২গৰাকী ভোটাৰে ।

আম আদমী পাৰ্টি আৰু কংগ্ৰেছৰ সৈতে প্ৰতিদ্বন্দিতা হৈছিল । ৩১৩৯টা ভোট দুলুমনি কাকতিৰ সপক্ষে পৰিছিল । ইয়াৰ বিপৰীতে আপৰ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছিল ৮৪৫টা ভোট আৰু কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে লাভ কৰিছিল ৬১৮টা ভোট ।দুলুমনি কাকতিয়ে ২২৯৪টা অধিক ভোট লাভ কৰি বিজয় সাব্যস্ত কৰিছে ।

Leave A Reply