Breaking

বিজেপিৰ ৰৌতা মণ্ডলৰ কাৰ্য্যনিৰ্বাহক সভা

0 2,020

১ নৱেম্বৰ তাৰিখৰ দিনা ৰাজ্যিক বিজেপিৰ  নিদেশমৰ্মে ওদালগুৰি জিলাৰ  আটাইকেইটা মণ্ডলত কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ   ভাৰতীয় জনতা পাৰ্টী ৰৌতা মণ্ডল সমিতিৰো কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । উক্ত সভাত সভাপতিত্ব কৰে মণ্ডলৰ সভাপতি ৰবীন দৈমাৰীয়ে । সভাত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ সন্মানীয় সভাপতি  সুনীল বসুমতাৰী ৰাজ্যিক সদস্য জিতু কিষান , সাধাৰণ সম্পাদক  বিৰদাও বাসুমতাৰী  ,লগতে দলীয় সকলো মৰ্চাৰ সভাপতি,সম্পাদক,মণ্ডলৰ বিষয়ববীয়া আৰু দলীয় কাৰ্য্যকৰ্তা সকল উপস্থিত থাকি উক্ত সভা খন সাফল্য মণ্ডিত কৰাত সহায় সহযোগিতা আগবঢ়াই ।

Leave A Reply