Breaking

হাটশিঙিমাৰীত বিজেপিৰ বিজয় উল্লাস

0 1,560

নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ বিজয়ৰ পাছত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীত বিজেপিৰ বিজয় উল্লাস। নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি গৰাকীক অভিনন্দন জানাই এনেদৰে আনন্দ উল্লাস কৰিলে ৷

পোন প্ৰথম বাৰৰ বাবে এগৰাকী আদিবাসী মহিলা দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত সমগ্ৰ ৰাজ্যত লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলাতো দ্ৰৌপদী মুৰ্মুৰ বিজয়কলৈ আনন্দ উল্লাস কৰা পৰিলক্ষিত হয়।

Leave A Reply