Breaking

৩১ অক্টোবৰত আকাশ দেখা যাব ব্লু মুন

0 89

দৈনন্দিন বাৰ্তা সেৱাঃ সৌৰজগতত এক দুৰ্লভ ঘটনা সংঘটিত হোৱাৰ ফলত অহা ৩১ অক্টোবৰত আকাশত দেখা পোৱা যাব নীলা চন্দ্ৰ অৰ্থাৎ ব্লু মুন। এই ব্লু মুন দেখা পোৱা যাব উত্তৰ আৰু দক্ষিণ আমেৰিকা, ভাৰত, এছিয়া আৰু ইউৰোপৰ দেশসমূহত।

ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ প্ৰকাশিত খবৰ অনুসৰি প্ৰায় ৭৬ বছৰ পূৰ্বে ব্লু মুন দেখা পোৱা গৈছিল। আনহাতে পুনৰ ১৯ বছৰ পাছতহে পুনৰ দেখা পোৱা যাব এই ব্লু মুন।

Leave A Reply