Breaking

ধুবুৰী হাওৰাৰপাৰত নাও দুৰ্ঘটনা। ৫০ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীসহ নদীৰ বুকুত ডুব গ’ল নাও

0 1,571

ধুবুৰী হাওৰাৰপাৰ নদী পথত নাও দুৰ্ঘটনা। ৫০ গৰাকী স্কুলীয়া ছাত্ৰছাত্ৰী সহ নদীৰ বুকুত ডুব গ’ল নাও।খোদাৰচৰ এম ই মাদ্ৰাছা আৰু সোনাৰাম পাটোমাৰী হাই স্কুলৰ মুঠ – ৫০ গৰাকী ছাত্ৰছাত্ৰীয়ে স্কুল ছুটী হোৱাৰ পাছতে ঘৰ যোৱাৰ সময়তে এই নাও দুৰ্ঘটনা সংঘটিত হয়।

দুগৰাকী ছাত্ৰীক গুৰুতৰ অৱস্থাত ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হচপিটালত প্ৰেৰন কৰে।

Leave A Reply