Breaking

শিলচৰ মেডিকেল কলেজৰ সন্মুখত মৃতদেহ উদ্ধাৰ…

0 30

শিলচৰ মেডিকেল কলেজৰ সন্মুখত যুৱকৰ মৃতদেহ উদ্ধাৰ। মৃত যুৱকজন গুৱাহাটী ভাস্কৰ নগৰৰ কাৰ্তিক ৰায়।

ৰাইজে মৃতদেহ প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।

মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মেডিকেল কলেজলৈ প্ৰেৰণ।

Leave A Reply