Breaking

হাতীগাঁৱৰ গোল্ডেন পথত মৃতদেহ উদ্ধাৰ…

0 54
  • হাতীগাঁৱৰ গোল্ডেন পথত মৃতদেহ উদ্ধাৰ।
  • বৃহস্পতিবাৰে উদ্ধাৰ হয় মৃতদেহটো

  • ৩ নম্বৰ উপ-পথত উদ্ধাৰ মৃতদেহটো
  • বৰ্তমান সময়লৈকে মৃতদেহটোৰ পৰিচয় উদ্ধাৰ হোৱা নাই

  • এয়া হত্যা নে আকস্মিক দুৰ্ঘটনা সেয়াও ৰহস্যৰ আৱৰ্তত।
  • ঘটনাস্থলীত হাতীগাঁও আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্তৰ।
Leave A Reply