Breaking

হোটেল ৰেডিছন ব্লু’ত উদ্ধাৰ সন্দীপ কামলি নামৰ যুৱকজনৰ মৃতদেহ ! প্ৰেমৰ বাবে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ…

0 63

হোটেল ৰেডিছন ব্লু’ত উদ্ধাৰ সন্দীপ কামলি নামৰ যুৱকজনৰ মৃতদেহ৷ ইতিমধ্যে ঘটনা সন্দৰ্ভত কলকাতাৰ অঞ্জলি শ্ব, বিকাশ কুমাৰ শ্বক গ্ৰেপ্তাৰ কৰা হৈছে ৷

প্ৰেমৰ বাবে হত্যাকাণ্ডটো সংঘটিত হোৱাৰ সন্দেহ ৷ মৃত যুৱকজনৰ মোবাইলত আছিল যুৱতীগৰাকীৰ আপত্তিজনক ফটো, ভিডিঅ’৷

দীৰ্ঘদিন ধৰি যুৱকজনে যুৱতীগৰাকীক ব্লেকমেলিং কৰি আহিছিল বুলি জানিব পৰা গৈছে৷

Leave A Reply