Breaking

চাপৰৰ নাথপাৰাত বৃদ্ধৰ মৃতদেহ উদ্ধাৰ

0 1,045

ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত নাথপাৰা নিবাসী উদয় কুমাৰ নাথ(৭০) যোৱাকালি সন্ধিয়াৰ পৰা নিৰুদ্দেশ হয় ।পৰিয়াল লোকে বিচাৰ-খোজাৰ কৰি মঙ্গলবাৰ পূৱা ৰত্নপীঠ মহাবিদ্যালয়ৰ সমীপত থকা এটা দখাৱৈত ওপঙি থকা অৱস্থাত বৃদ্ধ জনৰ মৃতদেহ উদ্ধাৰ হয় । ইতিমধ্যে চাপৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃত্যু দেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে । উক্ত ঘটনাই সমগ্র নাথপাৰা অঞ্চলত শোকৰ ছা পেলাইছে।

Leave A Reply