Breaking

মৰিগাঁও চহৰৰ মাজ মজিয়াত থকা কোৱালিটি হোটেলৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ…

0 84

মৰিগাঁও চহৰৰ মাজ মজিয়াত থকা কোৱালিটি হোটেলৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ।
দীপক দেউৰী নামৰ কৰ্মচাৰী জনৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ হোটেল খনৰ বাথৰুমত।


বিগত ডেৰ বছৰৰ ধৰি দীপক কৰ্মৰত হৈ আছিল কোৱালিটি হোটেলত।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।


মৰিগাঁও আৰক্ষীয়ে তদন্তৰ বাবে হোটেল খনৰ মালিক সহ চাৰিজনক আটক কৰিছে।
আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব এইয়া হত্যা নে আত্মহত্যা।

Leave A Reply