Breaking

অৱশেষত মণিপুৰী পৰম্পৰাৰে বিয়াত বহিল বলীউডৰ অভিনেতা ৰনদীপ হুডা আৰু লিন লাইশ্ৰম

0 169

অভিনেতা ৰণদীপ হুদা আৰু মণিপুৰৰ জীয়াৰী লিন লাইশ্ৰমে দীৰ্ঘ দিনৰ প্ৰেমৰ সম্পৰ্কৰ অন্তত অৱশেষত বিবাহপাশত আবদ্ধ হ’ল।

মণিপুৰৰ ইম্ফলত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয় এই যুটিয়ে। ২৮ নৱেম্বৰত তেওঁলোকৰ বিয়াৰ পূৰ্বৰ উৎসৱ অনুষ্ঠিত হৈছিল।

ৰনদীপ আৰু লিনে তেওঁলোকৰ বিশেষ দিনটোৰ বাবে পৰম্পৰাগত মণিপুৰী বিয়াৰ সাজ-পোছাক বাছি লয়।

অনুৰাগীসকলে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ৰনদীপ আৰু লিনৰ সম্পূৰ্ণ বিবাহৰ ৰূপ চাবলৈ।

Leave A Reply