Breaking

প্ৰচাৰমূলক অনুষ্ঠানৰ বাবে 80 হাজাৰ টকীয়া শাৰী পিন্ধি চৰ্চিত বলীউড ডিভা জেকুলিন ফাৰ্ণাণ্ডেজ …

0 103

বিনোদন : বলীউড ডিভা জেকুলিন ফাৰ্ণাণ্ডেজে প্ৰথনখন pan-India ছবি VIKRANT RONA ৰ প্ৰচাৰ আৰম্ভ কৰিছে ৷ এটা প্ৰচাৰমূলক অনুষ্ঠানৰ বাবে অভিনেত্ৰী গৰাকীয়ে পৰিধান কৰিলে 80 হাজাৰ টকাৰ শাৰী । চাওক ফটো-

জেকলিন ফাৰ্ণাণ্ডেজ বৰ্তমান তেওঁৰ প্ৰথম pan-India ছবি Vikrant Ronaৰ প্ৰচাৰত ব্যস্ত ।

জেকলিনক অলপতে বেংগালুৰুৰ এটা প্ৰচাৰ মূলক অনুষ্ঠানত এখন হস্ততাঁত শাৰী পিন্ধা দেখা গৈছিল ।

Leave A Reply