Breaking

নগাঁৱত ভয়ংকৰ বোমা বিস্ফোৰণ!

0 142

ভোগালী বিহুৰ প্ৰাকক্ষণত নগাঁৱত ভয়ংকৰ অঘটন। নগাঁৱৰ কন্দলীত বোমা বিস্ফোৰণ ঘটনা।

বিস্ফোৰণত ৪জন কিশোৰ আহত হৈছে বুলি জানিব পৰা গৈছে।

কন্দলীস্থিত আৰক্ষীৰ ফায়াৰিং ৰেঞ্জত এই ঘটনা।

গুৰুতৰভাৱে আহত মংগলেশ্বৰ চাওতাল আৰু ৰঞ্জু মোদী।

আহত বিকাশ চাওতাল আৰু নিতুমণি গগৈ।

আহত দুজনক নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি।পৰিত্যক্ত অৱস্থাত আছিল আৰক্ষীৰ বোমাটো।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।

Leave A Reply