যোৱা ১৭ নবেম্বৰত গুৱাহাটীৰ তীৰ্থনাথ অডিটৰিয়ামত নাৰী শক্তি অসম আৰু মহিলা সুৰক্ষা সমিতি এই দুয়োটা ৰাষ্ট্ৰীয় সংস্থাৰ উদ্যোগত আৰু World Record of Universe আৰু India News 24 ৰ সহযোগত অনুষ্ঠিত হোৱা International Global Universe য়ে সৌন্দৰ্য প্ৰতিযোগিতাত মৰিগাঁও জিলাৰ ৰশ্মিৰেখা কাশ্যপক Brand Ambassador খিতাপ প্ৰদান কৰে ৷উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত আছিল উদ্যোগী মহিলা, সামাজিক আৰু সাংস্কৃতিক কৰ্মী ৰুণামনি কৌশিক, ৰেডিঅ জ্ঞান তৰংগ অনুষ্ঠানৰ এংকৰ, DD1 টি ভি চেনেলৰ নিউজ এডিটৰ, মিছেচ ডিভা ৰীতু গগৈ লগতে অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা অতিথিসকল ৷ উল্লেখ্য যে প্ৰাচুৰ্য কাকতিৰ এই সাফল্যত সমগ্ৰ মৰিগাঁওবাসী ৰাইজ উৎফুল্লিত হৈছে ৷
Breaking
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- বিল গেটছে প্ৰকাশ কৰিছে তেওঁৰ দৈনিক স্মাৰ্টফোন হিচাপে কোনটো ফোন ব্যৱহাৰ কৰে
- উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীসকলক প্ৰতি চিলিণ্ডাৰত ২০০ টকাৰ ৰাজসাহায্য দিয়া হ’ব
- পাকিস্তানে ভাৰতৰ ইন্ধনৰ মূল্যৰ হ্ৰাসক প্ৰশংসা কৰি কৈছে যে মোডী চৰকাৰৰ পৰা পাকিস্তানে বহুতো শিকিব লাগীয়া আছে
- তেণ্ডুলকাৰ, ধোনী আৰু বিৰাট কোহলীয়ে ২০২১ চনত ভাৰতৰ শীৰ্ষ ১০ জন সৰ্বাধিক উপাৰ্জন কৰা ক্ৰিকেটাৰৰ তালিকাৰ মুৰব্বী
- আকন উদ্ভিদৰ উপকাৰিতা বিষয়ে জানক…
- এভাৰেষ্টৰ শিখৰত আন এগৰাকী অসমীয়া, গুৱাহাটীত উষ্ম আদৰণি
- মৰিগাঁও জিলাৰ মানচিত্ৰৰ পৰা নাইকিয়া হ’ল ভজাইখাইতি গাঁও
- চাংসাৰিত পথ সজাগতা শোভাযাত্ৰা
- সাৱধান! ভংয়কৰ ৰূপত আহিছে মাংকিপক্স
- চাহত তেজপাত দি খালে কি কি উপকাৰ হয়-পঢ়ক