পশ্চিম এছিয়াৰ (Bread) সংঘাতৰ প্ৰভাৱ এতিয়া অসমত পৰিছে, কিয়নো বৃদ্ধি পোৱা ইন্ধনৰ মূল্য আৰু যোগানৰ সমস্যাই দৈনন্দিন সামগ্ৰী অধিক ব্যয়বহুল কৰি তুলিছে।
গাখীৰ, কণীৰ পাছত দাম বাঢ়িল ব্ৰেড আৰু বেকাৰী সামগ্ৰীৰ।
প্ৰতিটো ব্ৰেডত ৩ টকাৰ পৰা ১০ টকা পৰ্যন্ত বৃদ্ধি।
৩৫ টকাৰ ব্ৰেড হ’লগৈ ৪০ টকা।
৪০ টকাৰ ব্ৰেডৰ দাম হ’লগৈ ৪৫ টকা।
প্রতিটো ব্ৰেণ্ডৰ ব্ৰেডতে সংলগ্ন হ’ব নতুন MRP।

