Breaking

ৰোগৰ পৰা আঁতৰি থাকিবলৈ প্ৰতিদিনে খাওক এই ৫ টা খাদ্য…

0 30

ব্ৰেকফাষ্ট আমাৰ স্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয় আহাৰ। ব্ৰেকফাষ্ট সদায় কৰিব লাগে। ব্ৰেকফাষ্টত স্বাস্থ্যকৰ খাদ্য খালে ৰোগৰ আশংকা বহু পৰিমাণে হ্ৰাস পায়।আপুনি আপোনাৰ ব্ৰেকফাষ্টত কোনবোৰ স্বাস্থ্যকৰ বস্তু অন্তৰ্ভুক্ত কৰিব জানি লওক-

প্ৰতিদিনে ব্ৰেকফাষ্টত ১টা কণী অন্তৰ্ভুক্ত কৰিব। ৰাতিপুৱাৰ ব্ৰেকফাষ্টত কণী অন্তৰ্ভুক্ত কৰাটোও অতি উপকাৰী। কণীত ভাল পৰিমাণৰ প্ৰটিন আৰু পুষ্টিকৰ উপাদান থাকে।

 চিয়া গুটিৰ পানী খাব পাৰে। ওজন কমোৱাতো ই আপোনাক বহুখিনি সহায় কৰে। যদি আপোনাৰ শৰীৰত প্ৰটিনৰ অভাৱ হয়, তেন্তে আপুনি ইয়াক দৈনিক সেৱন কৰিব। ৫ৰ পৰা ১০ মিনিট পানীত তিয়াই থোৱাৰ পিছতহে সেৱন কৰিব লাগে।

বহুতে ৰাতিপুৱাৰ ব্ৰেকফাষ্টত পোহা খাই ভাল পায়। পেটটো ভালে কৰি ৰখাতো পোহাই আপোনাক বহুত সহায় কৰে।

Leave A Reply