Breaking

BREAKING:আৰক্ষীৰ গুলীত আহত ধৰ্ষণকাৰী চৈয়দ আলী : আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ বিচাৰোতে দুই ভৰিত গুলীচালনা

0 2,032

গুলীবিদ্ধ পাঠা। মৰিগাঁৱৰ ভোৰাগাঁৱৰ ৯ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰা ৬৫ বছৰীয়া অপৰাধী চৈয়দ আলি ওৰফে পাঠা পুৱতি নিশা গুলীবিদ্ধ । মৰিগাঁও আৰক্ষীয়ে অপৰাধীজনক ভোৰাগাঁৱৰ বালিডোঙাত ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে লৈ গৈ থাকোঁতে পলাবলৈ চেষ্টা কৰে আৰু আৰক্ষীয়ে গুলী চালনা কৰে । দুয়োটা আঠুঁতে গুলী লগা পাঠাক GMCH ত ভৰ্তি।

Leave A Reply