Breaking

ডায়েবেটিছ আৰু উচ্চ কলেষ্টেৰলৰ ঔষধ বেঙেনা…

0 25

বৰ্তমান সময়ত বেছিভাগ মানুহেই জাংক ফুড খাই ভাল পায়, গতিকে বহুতৰে খাদ্যাভ্যাস অস্বাস্থ্যকৰ বুলি ক’লেও ভুল নহ’ব। আপুনি এটা কথা অনুমান কৰিব পাৰে যে কম বয়সতেও বহু লোকৰ উচ্চ কলেষ্টেৰল আৰু ডায়েবেটিছৰ দৰে সমস্যা হ’বলৈ আৰম্ভ কৰে। আজি আমি আপোনালোকক বেঙেনাৰ উপকাৰিতাৰ বিষয়ে ক’ম-

প্ৰায়ে মানুহে বেঙেনা খাই ভাল নাপায়। কিছুমান লোকৰ মতে বেঙেনা স্বাস্থ্যৰ বাবে বৰ উপকাৰী নহয়৷ আনহাতে পোৰা বেঙেনাত দুগুণ শক্তি পোৱা যায়।


পোৰা বেঙেনা খালে কলেষ্টেৰল কমে। আনহাতে খাদ্যত দৈনিক বেঙেনা অন্তভুৰ্ক্ত কৰিলে ডায়েবেটিছৰ মাত্ৰা কমাব পাৰি।

বেঙেনাত বহুতো বস্তু থাকে যিয়ে কেন্সাৰ কোষৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। উদাহৰণস্বৰূপে, ছ’লাছ’ডিন ৰেমন’চাইল গ্লাইক’চাইড (SRG) বেঙেনাত পোৱা এক প্ৰকাৰৰ যৌগ।

Leave A Reply