Breaking

কম্বোডিয়াৰ বিৰোধী নেতা কেম চোখাক ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত ২৭ বছৰৰ কাৰাদণ্ড…

0 74

কম্বোডিয়াৰ বিৰোধী নেতা কেম চোখাক ২৭ বছৰৰ কাৰাদণ্ড দিয়া হৈছে। তেওঁক ৰাষ্ট্ৰদ্ৰোহৰ বাবে দোষী সাব্যস্ত কৰি এই শাস্তি বিহা হৈছে। ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰই এই ৰায়ক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি গৰিহণা দিছে।

কেম চোখাক কম্বোডিয়াৰ অপৰাধ সংহিতাৰ অনুচ্ছেদ ৪৪৩ ৰ অধীনত বিদেশী শক্তিৰ সৈতে ষড়যন্ত্ৰ কৰাৰ অভিযোগত অভিযুক্ত কৰা হৈছে।

চোখা বৰ্তমান নিষিদ্ধ কম্বোডিয়ান নেচনেল ৰেচকিউ পাৰ্টি (চিএনআৰপি)ৰ প্ৰাক্তন সভাপতি। তেওঁক ২০১৭ চনত গ্ৰেপ্তাৰ কৰা হৈছিল।

Leave A Reply