Breaking

AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে গোচৰ…

0 29

AICCৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ বিৰুদ্ধে গোচৰ । APCCৰ সভাপতি ভূপেন বৰা আৰু আন কেইবাগৰাকী শীৰ্ষ নেতাৰ বিৰুদ্ধেও গোচৰ ৰুজু ।

গোলাঘাট আদালতত গোচৰ গোলাঘাট জিলা কংগ্ৰেছৰ অপসাৰিত সভাপতি দাদু টায়েৰ। সৰুপথাৰত মুখ্যমন্ত্ৰীক সাক্ষাতৰ অভিযোগত কৰা হৈছিল অপসাৰণ।

তাৎক্ষণিকভাৱে দাদু টায়েক অপসাৰণ কৰিছিল APCC নেতৃত্বই।

Leave A Reply