Browsing Category

স্থানীয় বাৰ্তা

ধুবুৰীত জনসংযোগৰ উদ্যোগত ‘দেশভক্ত দিৱস’ উদযাপন

দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক মৃত্যু তিথি উপলক্ষে আজি ধুবুৰী জিলা প্ৰশাসনৰ সৌজন্যত তথা জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ধুবুৰী আৱৰ্ত ভৱনৰ 'নেতাই ধুবুনী প্ৰেক্ষাগৃহ'ত 'দেশভক্ত দিৱস' উদযাপন কৰা হয়৷ ধুবুৰীৰ অতিৰিক্ত
Read More...

বিকাশ আৰু পৰিবৰ্তনে ঢুকি নোপোৱা টীয়কৰ এখন গাঁও

দেশে স্বাধীনতা লাভ কৰাৰ ৭৪ বছৰৰ পিছতো যমৰ যাতনা ভুগি আছে টীয়কৰ এখন ভিতৰুৱা গাঁৱৰ বাসিন্দাই । কংগ্ৰেছৰ পোন্ধৰ বছৰীয়া বিকাশ আৰু বিজেপিৰ পাঁচবছৰীয়া পৰিবৰ্তনেও  স্পৰ্শ কৰিব নোৱাৰিলে টীয়কৰ ১০ নং গাখীৰখোৱা পঞ্চায়তৰ লাহিং ইটাখুলি বাসীক । 
Read More...

হুগলতলী গাঁৱৰ শতাধিক দৰিদ্ৰ পৰিয়ালক দুই ভ্ৰাতৃদ্বয়ৰ খাদ্য সামগ্রী বিতৰণ

সম্প্ৰতি দেশত ক'ৰণা মহামাৰী আৰু লকডাউন চলি থকাৰ বাবে সাধাৰণ মানুহৰ অৱস্থা জুৰুলা হোৱাটো পৰিলক্ষিত হৈছে । লকডাউনত দৰিদ্ৰ  লোকৰ দুখ কোলাই পাচিয়ে নধৰা হৈছে।  তেনে সংকট সময়তে  শতাধিক দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে  মৰিগাঁও জিলাৰ  ধিং সমষ্টিৰ
Read More...

মৰিগাঁৱত দেশভক্ত দিৱস উদযাপন

মৰিগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত ক'ভিড বিধি মানি অনুষ্টুপীয়াকৈ দেশভক্তি দিৱস উদযাপন কৰা হয় | জিলা উপায়ুক্ত সীমাৰেখা ভূঞাৰ পৌৰাহিত্যত দেশভক্ত তৰুণৰাম ফুকনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু পুস্পমাল্য প্ৰদানেৰে অনুস্থিত আজিৰ সভাত
Read More...

দিল্লীয়ে উত্তৰ-পূৱক মাহী আইৰ দৃষ্টিৰে চাই

 "বলিউডৰ বলিষ্ঠ অভিনেতা তথা মডেল মিলিন্দ সুমনৰ পত্নী অংকিতা কোঁৱৰে নিজৰ ইনষ্টাগ্রাম হেণ্ডেলযোগে উত্তৰ-পূৱ প্ৰান্তৰ লোকসকলৰ সৈতে হোৱা ভেদ-ভাৱৰ কথা মুকলি মুৰীয়াকৈ প্ৰকাশ কৰি দিল্লীৰ এখন সচাঁ ছৱি দাঙি ধৰিছে। অংকিতা কোঁৱৰে কোৱা উত্তৰ-পূৱৰ
Read More...

অ’ এন জি চি’ৰ থলুৱা বিৰোধী নীতিৰ বিৰুদ্ধে গৰজি উঠিল ‘আছু’

মহাৰত্ন তৈল - গেছ উদ্যোগ " তেল আৰু প্ৰাকৃতিক গেছ নিগম " ( অ' এন জি চি ) অসম সম্পদত একাংশ বহিৰাগত বিষয়াই দীৰ্ঘদিন ধৰি চলাই অহা থলুৱা বিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে পুনৰ গৰজি উঠিল সদৌ শিৱসাগৰ জিলা ছাত্র সন্থা । বি জে পি নেৰ্তৃত্বাধীন
Read More...

ইটাখোলাৰ খেৰবাৰীৰ ঠাণ্ডা পানীৰ উঁ‌হ সংৰক্ষণৰ দাবী

বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত গেলাহাটিঙাৰ খেৰবাৰীত এক ইতিহাস বিজড়িত ঠাণ্ডা পানীৰ উঁ‌হক পানী সংৰক্ষণৰ কেন্দ্ৰ হিচাপে গঢ় দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথ সংযোগী অসম অৰুনাচল সীমান্তৱৰ্তীৰ চিজুছালৈ যোৱা মূল পথৰ দাঁ‌তিত
Read More...

উদং পথাৰ, খৰাং বতৰ, আৰু বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ কৃষক

ৰাজ্যৰ বিভিন্ন প্ৰান্তত খৰাং বতৰে কৃষকসকলৰ মাজত সৃষ্টি কৰা হাহাঁকাৰ অৱস্থাৰ সমান্তৰালভাৱে মহুৰামুখৰ উত্তৰ অংশৰ কৃষক সকলৰ মাজতো পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি কৰিছে৷কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি বোকাখাত বিধান সভাৰ মহুৰামুখৰ গেলাবিল নৈৰ
Read More...

ওৰাং,মাজবাট,ৰৌতাৰ স্বাস্থ্য কেন্দ্ৰ সমুহত ক’ভিড ভেকচিনৰ নাটনি

প্ৰায় তিনি দিনলৈ নিতৌ দিঘলীয়া শাৰী পাতি ভেকচিন নাপাই ঘূৰি যোৱাৰ অভিযোগ কৰিছে একাংশই।"" সমগ্ৰ বিশ্বতে কৰ'না মহামাৰীয়ে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যাৰ ফলত আতংকিত হৈ পৰিছে জনসাধাৰণ,এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰশাসন তথা স্বাস্থ্য বিভাগ
Read More...

ওদালগুৰি জিলাত ১৭১২৮৮ হিতাধিকাৰীক ভেকচিন প্ৰদান

ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক'ৰণা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক'ৰণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা  দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা  তথ্য অনুসৰি  ২৭জুলাইত   
Read More...