Breaking

Browsing Category

ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

চীনৰ সৈতে যদি পাৰে তেন্তে পাকিস্তানৰ সৈতে কিয় আলোচনা কৰিব নোৱাৰিব কেন্দ্ৰই : মেহবুবা মুফতি

কেন্দ্ৰীয় চৰকাৰ ওপৰত আক্ৰমনাত্মক হৈ মেহবুবা মুফতিৰ প্ৰশ্ন, "পাকিস্তান মুছলমান দেশ, সেইবাবেই তেওঁলোকে তেওঁলোকৰ সৈতে কথা নাপাতে নেকি ? পিপ'লচ ডেমক্ৰেটিক পাৰ্টি (PDP) সভাপতি মেহবুবা মুফতিয়ে দেওবাৰে (২৯ নৱেম্বৰ, ২০২০) কেন্দ্ৰক আক্ৰমন কৰি
Read More...

জানুৱাৰীৰ পৰা চেন্নাই-লণ্ডনৰ মাজত বিমান চলোৱাৰ পৰিকল্পনা এয়াৰ ইণ্ডিয়াৰ

এয়াৰ ইণ্ডিয়াই অহা বছৰৰ জানুৱাৰীৰ পৰা চেন্নাই আৰু লণ্ডনৰ মাজত নন-ষ্টপ বিমান পৰিৱহন কৰাৰ পৰিকল্পনা কৰিছে । যাৰ ফলত তামিলনাডুৰ ৰাজধানীৰ ন খন চহৰক ব্ৰিটিছ ৰাজধানীৰ সৈতে সংযোজিত কৰা হব। এয়াৰ ইণ্ডিয়াই বৰ্তমান দিল্লীৰ পৰা লণ্ডনলৈ নন-ষ্টপ
Read More...

এইবাৰ নোৰো ভাইৰাছৰ সংক্ৰমণ !

কোৰোণা ভাইৰাছৰ উত্‍পত্তিস্থল চীন দেশত এইবাৰ নোৰো ভাইৰাছ নামেৰে এক নতুন ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছে ।নোৰো নামৰ এবিধ নতুন ভাইৰাছে চীনত আৰম্ভ কৰিছে সন্ত্ৰাসৰ। এই নোৰো ভাইৰাছ বিশেষকৈ আক্ৰান্ত হৈছে কণ কণ শিশুৰ লগতে বয়োজ্যেষ্ঠ লোকসকল।এই কথা
Read More...

কৃষক বিদ্ৰোহত! ”সকলো সমস্যা সমাধান কৰাৰ বাবে প্ৰস্তুত চৰকাৰ” গৃহমন্ত্ৰী অমিত শ্বাহ

কিছুদিন পূৰ্বে চৰকাৰে কাৰ্যকৰী কৰা কৃষি আইন কোনো কাৰণতে মানি নোলোৱাৰ হুংকাৰেৰে হেজাৰ হেজাৰ কৃষকে বিগত চাৰি দিনে প্ৰতিবাদ সাব্যস্ত কৰি আছিল । শীঘ্ৰে এই আইন উঠাই লোৱাৰ বাবেও প্ৰতিবাদী কৃষকসকলে দাবী জনাইছিল। কৃষকসকলে দিল্লীত প্ৰৱেশ কৰাৰ বাবে
Read More...

শীঘ্ৰে বজাৰত উপলব্ধ হব কোভিডৰ দেশীয় প্ৰতিষেধক

বজাৰত বৰ্তমানেও উপলব্ধ নহয় সমগ্ৰ বিশ্বতে তাণ্ডৱ সৃষ্টি কৰা কোভিড-১৯ ৰ প্ৰতিষেধক । তাৰ বাবেই কালি পুনে স্থিত ছেৰাম ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ লেবৰেটৰী, হাইদৰাবাদস্থিত ভাৰত বায়টেক, আহমেদাবাদস্থিত জাইডাছ কেডিলা পৰিদৰ্শন কৰি কোভিড প্ৰতিষেধকৰ
Read More...

উচ্চতম ন্যায়ালয়ে জামিনৰ ম্যাদ বৃদ্ধি কৰিলে সাংবাদিক অৰ্ণৱ গোস্বামীৰ

২০০৮ চনত আত্মহত্যাৰ উচতনি দিয়া গোচৰত মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিনৰ ম্যাদ বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে। কালি বোম্বাই উচ্চ ন্যায়ালয়ে শুনানি লৈ সাংবাদিক গৰাকীৰ আবেদন খাৰিজ
Read More...

যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ : ২ ভাৰতীয় সেনা জোৱান শ্বহীদ

যোৱা বৃহস্পতিবাৰে কিৰনী, কস্বা, দিগবাৰ, মাল্টী আৰু দলান ছেক্টৰত সেনা চাউনীক লক্ষ্য কৰি পাকিস্তানী সেনাই সৰু আৰু ডাঙৰ অস্ত্ৰ-শস্ত্ৰৰে প্ৰচণ্ড গুলীচালনা কৰি যুদ্ধ বিৰতি উলংঘন কৰিছিল । পাকিস্তানে প্ৰায়েই যুদ্ধ বিৰতি উলংঘা কৰি অহা দেখা
Read More...

যদি আপোনাৰ আদৰ্শই ভোটাৰক আপোনাৰ সৈতে যাবলৈ অনুপ্ৰেৰিত কৰা নাই, আপুনি দোকান বন্ধ কৰা উচিত !

"আপুনি আপোনাৰ আদৰ্শ কিয় বাদ দিব লাগে। যদি আপোনাৰ আদৰ্শই ভোটাৰক আপোনাৰ সৈতে যাবলৈ অনুপ্ৰেৰিত কৰা নাই, আপুনি হয় দোকান বন্ধ কৰা উচিত, বা আপুনি অপেক্ষা কৰিব লাগে। ভোটাৰক সৈমান কৰিবলৈ, সময় লাগিব," শ্বলমান খুৰ্শিদ। বিহাৰৰ নিৰ্বাচন আৰু
Read More...

এইবাৰ ভাৰতীৰ স্বামীকো গ্ৰেপ্তাৰ কৰিলে NCB-এ

বলীউদৰ বহু কেইগৰাকী তাৰকা মাদক দ্ৰৱ্য সেৱন কৰাৰ তথ্য সংবাদ মাধ্যমৰ জড়িয়তে পোহৰলৈ অহাৰ পিছত বহুকেইজন তাৰকাক বৰ্তমান আৰক্ষীয়ে জেৰা কৰাৰ লগতে গ্ৰেপ্তাৰ কিৰিছে ।NCB-এ জনপ্ৰীয় কমেড়িয়ান ভাৰতী সিংৰ বাসগৃহত অভিযান চলাই তালাচীত ভাৰতীৰ ঘৰৰ পৰা
Read More...

ভাৰতী সিং আৰু হাৰ্চ লিমবাচিয়াৰ ঘৰত এন চি বিৰ অভিযান

নাৰ্কটিকচ কণ্ট্ৰোল ব্যুৰ'ই (এন চি বি)-এ আজি কমেডীয়ান ভাৰতী সিং আৰু হাৰ্চ লিমবাচিয়াৰ আন্ধেৰি স্থিত বাসগৃহত অভিযান চলাই । ভাৰতী সিং আৰু হাৰ্শ লিমবাচিয়া জানিব পৰা মতে, তেওঁলোকৰ ঘৰৰ পৰা সামান্য পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে। ইয়াৰ
Read More...