Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ বৃক্ষৰোপন ।

দৈনন্দিন বাৰ্তাৰ সেৱা : নলবাৰী : গুৰগ্ৰামস্থিত চি আৰ পি এফ বাহিনীৰ কাদৰপুৰ একাডেমীত আজি গৃহ মন্ত্ৰী অমিত শ্বাহে বৃক্ষৰোপন কৰে । আৰু সেইমৰ্মে দেশৰ বিভিন্ন প্ৰান্তত থকা চি আৰ পি এফ বাহিনীৰ সৈতে নলবাৰীৰ ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ
Read More...

মাজুলী জিলা আপকু আৰু উপায়ুক্তৰ সৌহাদ্যমূলক বৈঠক সম্পন্ন, সাংবাদিকৰ সমস্যা সমাধানত আগ্ৰহী উপায়ুক্ত ।

উজনি-মাজুলী : আছাম প্ৰেছ ক'ৰেচপণ্ডেণ্টছ ইউনিয়নৰ (আপকু) মাজুলী জিলা সমিতি আৰু মাজুলী জিলা উপায়ুক্তৰে মাজত বৃহস্পিতবাৰে অনুষ্ঠিত হয় এক সৌহাদ্যমূলক বৈঠক। উপায়ুক্তৰ আহ্বান মৰ্মে অনুষ্ঠিত বৈঠকত  জিলাৰ  উপায়ুক্ত বিক্ৰম কৈৰী, অতিৰিক্ত
Read More...

গুৱাহাটীত কৃত্ৰিম বানৰ ফলত বিভিন্ন স্থানত বোকাময় পৰিবেশঃ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ উপস্থিতিত…

গুৱাহাটী : বিগত কেইদিনমান ধৰি  অভাবনীয়ভাবে বৰষুণৰ পৰিমাণ বৃদ্ধি পোৱাত মহানগৰীৰ কেইবাস্হানত বোকাময় পৰিবেশৰ সৃষ্টি হৈছে৷ বিশেষকৈ গীতানগৰ, চানমাৰি, শিলপুখুৰী অঞ্চলত পথত অধিক বোকা-পানীৰে উপচি পৰিছে৷ যাৰ বাৰে পথচোৱাৰে গাড়ী-মটৰ অহা-যোৱাত
Read More...

ডুমডুমা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় সন্মুখত ধৰ্ণা সদৌ মৰাণ ছাত্ৰ সন্থাৰ ।

ডিৰাক সীমান্ত : মৰাণ জনগোষ্ঠীক জনজাতিকৰক, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্বশাসন প্ৰদান, শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে জাৰী কৰা ভূমি নীতি অধ্যাদেশ-২০২০ বাতিল আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত আজি সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক, 
Read More...

কলিয়াবৰত গাঁও পঞ্চায়ত কাৰ্য‍্যালয়ত খণ্ডযুদ্ধ । বৰভগীয়া গাঁও পঞ্চায়ত কাৰ্য‍্যালয়ত সচিবৰে হতাহতি জিলা…

কলিয়াবৰ : পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়ত সচিবৰ খণ্ডযুদ্ধৰ এক চাঞ্চল‍্যকৰ ঘটনা সংঘটিত হয় পশ্চিম কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰভগীয়া পঞ্চায়তৰ কাৰ্য‍্যালয়ত। কলিয়াবৰৰ দ্বাৰ-বাগৰি জিলা পৰিষদৰ সদস‍্য জীতেন গড় আৰু চতিয়াল-বৰভগীয়া
Read More...

কৃষক নেতা অখিল গগৈসহ “কা” আন্দোলনত জড়িত কাৰাৰুদ্ধ সকলক শীঘ্ৰে মুক্তিৰ দাবী : ৰাজপথত তিনি…

নাজিৰা : জাতি-মাটি-ভেটি সুৰক্ষাৰ প্ৰতিশ্ৰুতিৰে দেশ তথা অসমৰ শাসনভাৰ গ্ৰহণ কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে সেই প্ৰতিশ্ৰুতি ৰক্ষাৰ বিপৰীতে "নাগৰিকত্ব সংশোধনী আইন"ৰ জৰিয়তে অসম আৰু অসমীয়া জাতি-ভেটি নি:শেষ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰাত সমগ্ৰ দেশ তথা
Read More...

কলিয়াবৰত স্বাস্থ‍্য বিভাগৰ হেমাহি, কভিড-১৯ সংক্ৰমিত ৪ ।

কলিয়াবৰ : ২৫ জুনত কভিড-১৯ সংক্ৰমিত ধুতিৰাম মুণ্ডাই সংক্ৰমণৰ বাবে স্বাস্থ‍্য বিভাগৰ বৰমূৰীয়াৰে আলোচনাৰ অন্তত জখলাবন্ধা চিকিৎসালয়ত জখলাবন্ধা চিকিৎসালয় দুদিনৰ বাবে বন্ধৰ নিৰ্দেশ দিছিল উৰ্দ্ধতন কৰ্তৃপক্ষই। কিন্তু চিকিৎসক-কৰ্মচাৰীৰ স্বাৱ
Read More...

চিকিৎসকসকলৰ উমৈহতীয়া সংস্থা IMA (Indian Medical Association)য়ে স্বাস্থ্য মন্ত্ৰী মহোদয়ক উদ্দেশ্যি…

নাজিৰা : ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ চিকিৎসকসকলৰ উমৈহতীয়া সংস্থা আই এম এ (Indian Medical Association) ৰ তৰফৰ পৰা প্ৰেৰণ কৰা আনুষ্ঠানিক পত্ৰখনৰ সন্দৰ্ভত অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া ব্যক্ত কৰি
Read More...

ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ।

দৈনন্দিন বাৰ্তা ডেস্ক : ড্ৰাগছ সেৱন কৰি নিঃশেষ হ'ব ধৰিছে যুৱ সমাজ। হাট-বজাৰ, গলি পথত বিক্ৰী হয় ড্ৰাগছ। ড্ৰাগছ বিক্ৰেতাৰ বিৰুদ্ধে মাত মাতিলে নিশ্চিত মৃত্যু। ড্ৰাগছ বেপাৰিৰ বিৰুদ্ধে স্মাৰক পত্ৰ দিব আহি কান্দিলে পিতৃয়ে। কৰিমগঞ্জ জিলাৰ
Read More...

বিজ্ঞানৰ স্নাতক হৈয়ো গো-পালনৰে স্বাৱলম্বীতাৰ অৰ্পূৱ নিৰ্দশন দাঙি ধৰিছে নগাঁৱৰ লক্ষী প্ৰসাদ বৰাই।

নগাঁও : নগাঁও জিলাৰ বৃহত্তৰ হাতীচোং মৌজাৰ অন্তৰ্গত ব্ৰাহ্মণ গাঁৱৰ লক্ষী প্ৰসাদ বৰা সম্প্ৰতি জিলা খনৰ আন নিবনুৱাৰ বাবে আদৰ্শস্বৰূপ হৈ পৰিছে। বিগত ১৯৯১ চনতে নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰীধাৰী লাভ কৰা
Read More...