Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

উত্তৰ গুৱাহাটী : উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু কামৰূপ জিলা আইন প্ৰাধিকৰণৰ উদ্যোগত নিকেতনত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন ।
Read More...

২২-২৬ জুনলৈ বাহাল থাকিব যান-বাহন চলাচলৰ নতুন পথ নিৰ্দেশনা

গুৱাহাটী : অম্বুবাচী মেলাৰ পূৰ্বে যান-বাহন চলাচলৰ নতুন পথ নিৰ্দেশনা। ২২-২৬ জুনলৈ বাহাল থাকিব এই নিষেধাজ্ঞা।অম্বুবাচী মেলাৰ পূৰ্বে গুৱাহাটী ট্ৰেফিক আৰক্ষীয়ে যান-বাহনৰ চলাচল সুচাৰুৰূপে নিশ্চিত কৰাৰ বাবে যান-বাহনৰ চলাচলৰ ক্ষেত্ৰত কিছু
Read More...

এক শিহৰণকাৰী দৃশ্য !গোৱালপাৰাত বিদ্যুৎস্পৃষ্ঠ হ’ল এজন যুৱক

গোৱালপাৰা : এক শিহৰণকাৰী দৃশ্য৷ঘৰৰ চালি ভাল কৰিবলৈ উঠি বিদ্যুৎস্পৃষ্ঠ হ’ল এগৰাকী লোক৷ পূব গোৱালপাৰাৰ সূতাৰপাৰাত সংঘটিত হৈছে এই অঘটন। সূতাৰ পাৰাৰ ফুলনৈ পাৰৰ বাহুৰুল ইছলাম নামৰ কাঠমিস্ত্ৰীজনে ঘৰৰ চালি ঠিক কৰিবলৈ লওতেই এই শিহৰণ সংঘটিত হয়।
Read More...

বিলাসীপাৰাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ…

ধুবুৰী : বিলাসীপাৰাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ED য়ে অসাংবিধানিক ভাৱে চলোৱা জেৰাৰ তীব্ৰ বিৰোধিতা কৰি কংগ্ৰেছ নেতা, কৰ্মচাৰী সকলে সাব্যস্ত কৰে এই প্ৰতিবাদ।
Read More...

হোজাইত উদ্ধাৰ অচিনাক্ত অৰ্ধগলিত যুৱকৰ মৃতদেহ

হোজাই : হোজাইত উদ্ধাৰ অচিনাক্ত অৰ্ধগলিত যুৱকৰ মৃতদেহ। হোজাইৰ ফৰেষ্ট ভিলেজত উদ্ধাৰ মৃতদেহ। বানপানী বাহি অহাৰ সন্দেহ। যুৱকজনৰ বয়স প্ৰায় 14 /15 মান হ'ব। ইতিমধ্যে হোজাই
Read More...

ধুবুৰীত অব্যাহত আছে বানৰ বিভীষিকা…

ধুবুৰী : ধুবুৰীত অব্যাহত আছে বানৰ বিভীষিকা। আশ্ৰয় শিবিৰে শিবিৰে বনৰ্ত্যাৰ খবৰ লৈছে জিলা উপায়ুক্তই।অকল আশ্ৰয় শিবিৰে নহয় বানাক্ৰান্ত অঞ্চললৈ গৈ বানৰ কৱলত পৰা লোকৰ খবৰ লৈছে উপায়ুক্ত গৰাকীয়ে।
Read More...

যোগ দিৱসত ৭৫ টা স্থানত ৭৫ জন মন্ত্ৰীৰ নেতৃত্বত মোডী

ৰাষ্ট্ৰীয় : আজি অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হৈছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি ৭৫ জন কেন্দ্ৰীয় মন্ত্ৰীয়ে ৭৫ খন বিখ্যাত স্থানত যোগাসন প্ৰদৰ্শন কৰে।
Read More...

টংলা মহাবিদ্যালয়ত যোগ দিৱস পালন

টংলা,২১জুন: সমগ্ৰ বিশ্বৰ লগতে ওদালগুৰি জিলাৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান টংলা মহাবিদ্যালয়তো এন চি চি ,এন এছ এছ ,ছাত্ৰ একতা সভা আৰু আই কিউ এ চিৰ সহযোগত অনুষ্ঠিত কৰা হয় অষ্টমসংখ্যক আন্তৰ্জাতিক যোগ দিৱস।
Read More...

চাপৰৰ এটা পুখুৰীয়ে জ্বলা -কলা খুৱাইছে ৰাইজক

ধুবুৰী : এটা পুখুৰীয়ে জ্বলা -কলা খুৱাইছে ৰাইজক । দুৰ্গন্ধময় পৰিৱেশৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে ৰাইজে । স্বচ্ছ ভাৰত মিছন আঁচনি যেন ধোঁৱা চাঙত । পুখুৰীটোৰ লেতেৰা পৰিবেশৰ পৰা ৰাইজক বচাবলৈ আহ্বান । এই দৃশ্য চাপৰ পৌৰসভাৰ ৫ নং ৱাৰ্ডত থকা
Read More...

শিৱসাগৰত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন

সমগ্ৰ দেশৰ ৭৫টা ঐতিহাসিক স্থানৰ লগতে আজি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰ বাকৰিতো শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু অ’.এন.জি.ছি. অসম সম্পদৰ সহযোগত অষ্টম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰা হয় ।
Read More...