Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

এলেংমাৰি অঞ্চলত বেকী নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ

বাক্সা জিলাৰ এলেংমাৰি অঞ্চলত বেকী নদীয়ে সৃষ্টি কৰা খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে জীও বেগ সংস্থাপনৰ লগতে আন আন সকলো পদক্ষেপ হাতত লৈ অৰ্হনিশে কাম কৰি আছে। আজি এই অঞ্চলত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় মন্ত্ৰী পিযুষ হাজৰিকাই লগতে
Read More...

বানত ডুব গ’ল সত্ৰনগৰী বৰপেটাৰ বহু অঞ্চল, ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ কীৰ্তন ঘৰ চৌহদত বান

মুষলধাৰ বৰষুণৰ ফলত ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কেৱল বানৰ বিভীষিকাময় পৰিৱেশে বিৰাজ কৰিছে। বানত ডুব গ'ল সত্ৰনগৰী বৰপেটাৰ বহু অঞ্চল, ঐতিহ্যমণ্ডিত
Read More...

ক্ৰমাৎ জটিলৰূপ ধাৰণ কৰিছে ঢকুৱাখনা আৰু মৰনৈ বেবেজীয়া সংযোগী পথে….

ক্ৰমাৎ জটিলতা ৰূপ ধাৰণ কৰিছে ঢকুৱাখনা আৰু মৰনৈ বেবেজীয়া সংযোগী পথ।খহি গৈছে দলংৰ এটা মূৰ।ৰক্ষা কৱছ গছজোপাও বাগৰি পৰিল। ঢকুৱাখনা আৰু মৰনৈ বেবেজীয়া সংযোগী ভীমপৰা দলংৰ মূৰ যিকোনো মুহূৰ্ততে খহাই নিয়াৰ
Read More...

ডিজি ইণ্ডিয়া এনজিঅৰ শিমূলটাপু পশুধন কেন্দ্ৰ স্থাপনৰ উদ্বোধনী অনুষ্ঠান বাতিল: সংবাদ মেল যোগে ঘোষণা

বহিঃৰাজ্যৰ পৰা অসমলৈ প্ৰৱেশ কৰা গৰু, মহৰ সুৰক্ষা বাবে কোকৰাঝাৰ জিলাৰ শিমূলটাপুত স্থাপন কৰিবলগীয়া পশু পালন সুৰক্ষা আৰু প্ৰতিপালন কেন্দ্ৰৰ আজি তিনি বজাত অনুষ্ঠিতব্য উদ্বোধনী অনুষ্ঠান বাতিল কৰা হৈছে বুলি দুপৰীয়া এক বজাত ডিজি ইণ্ডিয়া নামৰ
Read More...

মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ ছাত্ৰী আৱাসত ছাত্ৰীৰ চিপলৈ আত্মহত্যা

মায়ং আঞ্চলিক মহাবিদ্যালৰ ছাত্ৰী আৱাসত বি ,এ দ্বিতীয় চেমিষ্টাৰৰ ছাত্ৰী গীতা ৰাণী বিশ্বাসে চিপলৈ আত্মহত্যা কৰে ৷ মৃত ছাত্ৰী গৰাকী বুৰগাৱৰ বুলি জানিব পৰা গৈছ ৷ কোঠালিটোত অকলে আছিল ছাত্ৰীগৰাকী ৷ অৱশ্যে কি কাৰণত আত্মহত্যা কৰিলে ছাত্ৰী
Read More...

বিজনীৰ বান আৰু গৰাখহনীয়া পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

বিজনী সমষ্টিৰ অন্তৰ্গত গুণ্ডামৰা, বাঘৰগাঁও , ১ নং বিষ্ণুপুৰ, ২ নং বিষ্ণুপুৰ, আদি অঞ্চলত নদীয়ে সৃষ্টি কৰা খহনীয়া পৰিদৰ্শন কৰি উপস্থিত জলসম্পদ বিভাগৰ বিষয়া সকলৰ সৈতে এই অঞ্চল সমূহৰ প্ৰতিৰোধৰ বাবে হাতত লোৱা কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে
Read More...

তিনি দিনৰ মূৰত তামুলপুৰত সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ

তামুলপুৰত সন্ধানহীন হৈ থকা যুৱকৰ মৃতদেহ উদ্ধাৰ ।তিনি দিনৰ মূৰত আজি পানী জুৱলিত ভাঁহি উঠে মৃতদেহটো। তামুলপুৰৰ বান পৰিস্থিতিৰ ভয়াবহতাৰ মাজতে ১৭ জুন তাৰিখৰ সন্ধিয়াৰ ভাগত তামুলপুৰ জিলা সদৰৰ কচুবাৰীৰ সৌৰাগুৰীত এগৰাকী মেধাবী ছাত্ৰ পানীত পৰি
Read More...

বগৰীবাৰী মহামায়া মন্দিৰৰ পুখুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ

বগৰীবাৰী মহামায়া মন্দিৰৰ পুখুৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ ৷ বি টি আৰৰ পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মহামায়া মন্দিৰৰ সমীপত থকা পুখুৰীত অচিনাক্ত পুৰুষৰ মৃতদেহ উদ্ধাৰ ।
Read More...

যোগীজান শিক্ষাখণ্ডৰ অন্তৰ্গত পদুমনি মধ্য ইংৰাজী বিদ্যালয়ৰ সহ শিক্ষক নুৰ উদ্দিন আহমেদৰ বিদায়…

হোজাই জিলাৰ যোগীজান শিক্ষা খণ্ডৰ অন্তৰ্গত পদুমনি মধ্য ইংৰাজী বিদ্যালয়ৰ সহ শিক্ষক নুৰ উদ্দিন আহমেদৰ বিদায় সম্বৰ্ধনা অনুষ্ঠান আজি অনুষ্ঠিত কৰা হয় ৷ উল্লেখ্যযোগ্য যে পুৱা দহ বজাত বিদ্যালয়ৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে শুভাযাত্ৰা কৰি তেখেতক
Read More...

বৰপেটা মেডিকেল কলেজৰ কতৃপক্ষৰ ভুলৰ বাবে ঘটিল এক বেদনাদায়ক ঘটনা। এফালে প্ৰাপ্তিৰ আনন্দ, আনফালে…

এগৰাকী মাতৃয়ে জন্মৰ ৩ বছৰৰ পিছতহে দেখিলে নিজ সন্তানৰ মুখ। ৩ বছৰে নিজ মাতৃৰ বুকুৰ উমৰ পৰা বঞ্চিত হ’বলগা হ'ল এটা সন্তান।চিনেমাৰ কাহিনী যেন লাগিলেও কিন্তু এইখন অসমৰে এক সঁচা ঘটনা পোহৰলৈ আহিছে৷এগৰাকী মাতৃয়ে জন্মৰ ৩ বছৰ পিছতহে দেখিলে নিজ
Read More...