Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

পদক তালিকাত পঞ্চম স্থানত ভাৰত, কমনৱেলথ গেমছত এতিয়ালৈকে ভাৰতৰ ৪০ টা পদক অৰ্জন…

বাৰ্মিংহামত চলি থকা কমনৱেলথ ২০২২ ত ভাৰতীয় খেলুৱৈসকলে ধাৰাবাহিকভাৱে ভাল প্ৰদৰ্শন কৰি আছে। ভাৰতৰ খেলুৱৈৰ শিৰত এতিয়ালৈকে জিলিকিছে মুঠ ৪০ টা পদক ৷ আজিৰ দিনটোলৈ পজক তালিকাৰ পঞ্চম স্থানত আছে ভাৰত। একে সময়তে ভাৰতৰ চুবুৰীয়া দেশ
Read More...

ইছৰোই ৰচিলে ইতিহাসঃ শ্ৰীহৰিকোটাৰ পৰা SSLV-D1 উৎক্ষেপণ…

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইছৰোই দেওবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা ইয়াৰ প্ৰথম নতুন ৰকেট ক্ষুদ্ৰ উপগ্ৰহ উৎক্ষেপণ বাহন SSLV-D1 উৎক্ষেপণ কৰে। SSLV-D1-এ 'পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ-০২'
Read More...

ৰণবীৰ-আলিয়াৰ বেষ্ট ফ্ৰেণ্ড অয়ন মুখাৰ্জী! কিন্তু অয়নৰ পৰা প্ৰেমৰ কথা কিয় লুকুৱাইছিল দুয়োয়ে?

ৰণবীৰ কাপুৰ আৰু আলিয়া ভাট সম্প্ৰতি তেওঁলোকৰ আগন্তুক ছবি ‘ব্ৰহ্মাস্ত্ৰ’ৰ প্ৰচাৰত ব্যস্ত হৈ আছে। এই ছবিখন যোৱা ৫ বছৰ ধৰি নিৰ্মাণ হৈ আছে আৰু ইয়াৰ শ্বুটিঙৰ সময়ত দুয়োজনেই ইজনে সিজনৰ ওচৰ চাপি আহিল আৰু তেওঁলোকৰ সম্পৰ্ক আৰম্ভ হ’ল। ৰণবীৰৰ
Read More...

মৌলবাদী জেহাদীৰ বিৰুদ্ধে মানৱ শৃংখল সদৌ অসম গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ

মৌলবাদী জেহাদীৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্য্যসূচী সদৌ অসম গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ । প্ৰয়োজন হলে জেহাদীক খেদি খেদি ধৰিব বুলি মন্তব্য কেন্দ্ৰিয় সম্পাদক ময়ূৰ আলিৰ। ক্ৰমাৎ জেহাদীৰ কার্যকলাপ বৃদ্ধি পাইছে বৰপেটা জিলাত।
Read More...

অসম উদ্যান সমিতিৰ সাধাৰণ অধিৱেশন…

অসম উদ্যান সমিতিৰ সাধাৰণ অধিৱেশনখন ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব। ২৬ জুলাইত অনুষ্ঠিত কাৰ্যনিৰ্বাহকত সমিতিয়ে গ্ৰহণ কৰা সিদ্ধান্ত মৰ্মে গুৱাহাটীৰ খানাপাৰাস্থিত সমিতিৰ মুখ্য কাৰ্যালয়ত ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বুলি সভাপতি ডাঃ নজৰুল কাজি আৰু
Read More...

হলিউড-বলিউডৰ কথা কৈ আইমীৰ চিনেমাৰ বিষয়ে কি ক’লে মন্ত্ৰী পীযুষ হাজৰিকাই…

অসমীয়া বুলিয়েই হলত টিকটৰ পইচা খৰছ কৰি এখন ল’ কোৱালিটিৰ অসমীয়া চিনেমা আৱেগত নাচায় মন্ত্ৰী পীযুষ হাজৰিকাই।বলিউডৰ চুপাৰষ্টাৰ শ্বাহৰুখ খান, অক্ষয় কুমাৰৰ ছবিৰ সৈতে পত্নী আইমী বৰুৱাৰ ছবিৰ তুলনা কৰি এক অনুষ্ঠানত ভাষণ প্ৰদানৰ সময়ত আৱেগতে এখন
Read More...

সাৱধান! ৰাষ্ট্ৰীয় পতাকাক অপমান নকৰিব, জানি লওক জাতীয় পতাকা ভাঁজ কৰাৰ নিয়মসমূহ…

বহুতৰে ঘৰত জাতীয় পতাকা আছে। কিন্তু এই পতাকাখন ৰখাৰ সঠিক উপায় সকলোৱে জানেনে? নাজানিলে ৰাষ্ট্ৰীয় পতাকাক সন্মান কৰা নহয়। গতিকে নিয়মবোৰ জানি লওক। মাজত মাত্ৰ কেইটামান দিন বাকী, তাৰ পাছত সমগ্ৰ দেশতে উদযাপন কৰা হ’ব স্বাধীনতা দিৱস। দেশৰ
Read More...

দেওপানী উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা সম্পন্ন…

আজি দেওপানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হৈ যায় ৷ আজাদী কা অমিত মহোৎসৱৰ লগত সংগতি ৰাখি হৰঘৰ ত্ৰিৰংগা কাৰ্যসূচী ৰূপায়ণৰ সম্পৰ্কত সচেতনতা আৰু প্ৰসাৰৰ ক্ষেত্ৰত আলোচনা কৰাৰ লগতে বিদ্যালয় খনৰ আন্তগাঠনী তথা
Read More...

ধুবুৰীৰ এএমকো ৰোড ইছলাম নগৰৰ জামে মছজিদত শৌচালয় নিৰ্মাণৰ আধাৰশিলা স্থাপন…

২০২১-২২ ৰ বিধায়ক উন্নয়ন পুজিৰ অধিনত তিনি লাখ  টকাৰ ব্যায় সাপেক্ষে ধুবুৰীৰ বিধায়ক নজৰুল হকৰ নেতৃত্বত এখন নতুনকৈ শৌচালয় নিৰ্মাণৰ আধাৰ শিলা শুভ উদ্বোধন কৰে ভাষানীৰ চৰ এ আই উ ডি এফ দলৰ আঞ্চলিক সমিতিৰ সভাপতি আলিম উদ্দিন ।দৰাচলতে শুভাৰম্ভ
Read More...

জৱাহিৰিৰ হত্যাৰ পিছতে প্ৰথমবাৰৰ বাবে বিস্ফোৰণত কঁপি উঠিল কাবুল, কমেও ৮ জন নিহত…

আফগানিস্তানৰ ৰাজধানী কাবুলত আল-কায়েদাৰ মুৰব্বী আয়মান আল-জাৱাহিৰীক মাৰ্কিন সেনাই হত্যা কৰাৰ কেইদিনমান পিছতে এক প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল কাবুল। চহৰখনৰ এটা জনবসতিপূৰ্ণ অঞ্চলত হোৱা বিস্ফোৰণত কমেও আঠজন লোক নিহত
Read More...