Breaking

Browsing Category

ৰাইজৰ বাৰ্তা

সত্ৰনগৰী ৰামদিয়াত দুদিনীয়াকৈ মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ…

সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামদিয়াত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে এইবেলি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ আবিৰ্ভাৱ মহোৎসৱ উদযাপন কৰা হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘ কৰুণাকান্ত কলিতা আঞ্চলিক শাখাৰ উদ্যোগত আৰু
Read More...

মাতৃভাষাৰ সমান্তৰালকৈ সংস্কৃত, ইংৰাজী ভাষাৰ চৰ্চা অত্যন্ত জৰুৰীঃ ধ্ৰুৱজ্যোতি শৰ্মা

আমাৰ মাতৃভাষাক গুগলে মান্যতা দিয়াটো পৰম গৌৰৱৰ বিষয় কিন্তু আমি এটা কথা মনত ৰাখিব লাগিব যে আমি থিয় দি আছো বিশ্ব সভ্যতাৰ দুৰন্ত অগ্ৰগতিৰ সময়ৰথত । সেয়েহে মাতৃভাষাৰ সমান্তৰাল ভাৱে ইংৰাজী আৰু সংস্কৃত ভাষা চৰ্চা কৰিবলৈ নতুন প্ৰজন্মক
Read More...

ৰহাত কলং, কামপুৰত কপিলীয়ে অতিক্ৰম কৰিছে বিপদসীমা…

ডিমা হাছাও জিলাৰ পৰা কপিলী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ পৰা বৈ অহা বৰপানীৰ জলপৃষ্ঠ বৃদ্ধি হৈ হাহাকাৰৰ সৃষ্টি কৰা কলঙে ৰহাত বিপদ সীমা অতিক্ৰম কৰি উৰ্দ্ধগতিত বৈ আছে । আজি ৰহাত কলঙে ১০ ছেন্টিমিটাৰ ওপৰেদি বৈ আছে । সেইদৰে কামপুৰত কপিলীয়ে
Read More...

মাৰ্ঘেৰিটাত সাংবাদিক পৰাগ কুমাৰ দাসক স্মৰণ…

ৰাজ্যৰ বিভিন্ন অংশৰ লগতে নিৰ্ভীক সাংবাদিক পৰাগ কুমাৰ দাসক মাৰ্ঘেৰিটাতো স্মৰণ কৰা হয় | মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ সৌজন্যত এই উপলক্ষে আয়োজিত অনুষ্ঠানত পৰাগ কুমাৰ দাসৰ প্রতিচ্ছবিত মাল্যপৰ্ণ, পুষ্পাঞ্জলী প্রদান আৰু বন্তি
Read More...

কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ নিৰ্বাচনৰ বাবে সাজু জিএছপি…

কাৰ্বি স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত এইবাৰ অৱতীৰ্ণ হব লোক সভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পাৰ্টি চমুকৈ জিএছপি। আজি এক দলীয় সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি তামুলপুৰত মন্তব্য কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ তথা জিএছপিৰ
Read More...

পৰিচালক পাৰ্থজিৎ বৰুৱাক “জোনাকী বাট ” বঁটা প্ৰদান…

অসমৰ প্ৰথম মহিলা মিউজিকেল ব্ৰেণ্ড " সুৰসমলয়"ৰ সৌজন্যত  "এই ধুনীয়া গধূলি লগন " শীৰ্ষক এক আকৰ্ষনীয় সাংস্কৃতিক অনুষ্ঠান কালি সন্ধিয়া নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত  অনুষ্ঠিত হৈ যায়। উক্ত অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় বঁটা প্ৰাপক বিশিষ্ট
Read More...

খাৰুপেটীয়াৰ এখন দলঙৰ বাবে যন্ত্ৰনা ভুগিছে পথচাৰী, ছাত্ৰ ছাত্ৰীয়ে…

দৰঙৰ খাৰুপেটীয়া নগৰৰ পৰা শ্যামপুৰ আৰিমাৰীলৈ যোৱা একমাত্ৰ পথৰ দলঙৰ বাবে যমৰ জাতনা ভুগিছে কেইবাখনো গাঁৱৰ ৰাইজ । অতি ব্যস্ততা পূৰ্ণ পথটোৰে দৈনিক শ শ লোকৰ লগতে বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰে । পূৰ্বৰ কাঠৰ দলং খন জহি খহি
Read More...

সাগৰ সদৃশ পৰিবেশ কামপুৰৰ বিভিন্ন অঞ্চল…

চতুৰ্থ দিনাও অপৰিবৰ্তিত হৈ আছে কামপুৰৰ বান পৰিস্থিতি।চৌদিশে কেৱল পানী আৰু পানী। সাগৰ সদৃশ পৰিবেশৰ সৃষ্টি হৈছে এতিয়া কামপুৰৰ বিভিন্ন অঞ্চলত। ভয়াবহ হৈ পৰিছে কামপুৰৰ বানপৰিস্থিতি। কামপুৰত কপিলী,বৰপানী নদীৰ সমান্তৰালকৈ এতিয়া ভয়াৱহ ৰূপ ধাৰণ
Read More...

ভূমিকম্প আহিলে ঘৰত কি কি কৰিব লাগে জানেনে?

উত্তৰ-পূৰ্বাঞ্চলক ভূমিকম্পপ্ৰৱণ অঞ্চল বুলি কোৱা হয়। ২৪ ঘণ্টাত দুটাকৈ ভূমিকম্পই জোকাৰি গৈছে অসম তথা উঃ-পূৰ্বাঞ্চল। সাধাৰণ লোকৰ সুৰক্ষাৰ বাবে দুৰ্যোগ প্ৰশমন বিভাগে কেইবাটাও সাৱধানতাৰ আহ্বান জনাইছে।
Read More...

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাইজৰ অভিযোগ দূৰ কৰিবলৈ জনসম্পৰ্ক কাৰ্যসূচী আৰম্ভ কৰে

মুখ্যমন্ত্ৰী ভগৱন্ত মানে 'লোক মিলানী'ৰ প্ৰথম দিনা 61 টা অভিযোগ শুনিছিল, সিদ্ধান্তটো 'নায়ক' শৈলীত লৈছিল।পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সোমবাৰে ঘটনাস্থলীত থকা লোকসকলৰ অভিযোগ সমাধানৰ বাবে তেওঁৰ চৰকাৰৰ প্ৰথম নতুন কাৰ্যসূচী 'লোক মিলানি'
Read More...