Breaking

নতুন দিল্লীত উদযাপন সতৰ্কতা সজাগতা সপ্তাহ

0 2,035

‘নিপকো কৰ্পোৰেট পৰিক্ৰমা’ই নতুন দিল্লী আৰু নিপকোৰ সকলো কাৰ্যালয়/স্থানত ‘সতৰ্কতা সজাগতা’ সপ্তাহ পালন কৰে। ২৬ অক্টোবৰৰ পৰা ১ নবেম্বৰ ২০২১ লৈ পালন কৰা হয় ‘সতৰ্কতা সজাগতা’ সপ্তাহ ।এই সপ্তাহটোত কিছুমান বিশেষ স্থানত ‘সতৰ্কতা সজাগতাৰ’ প্ৰতিশ্ৰুতিৰে বেনাৰ লগোৱা হৈছে। লগতে ‘সতৰ্কতা সজাগতা’  প্ৰচাৰৰ বাবে বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছিল আৰু য’ত মূল থীম “স্বাধীন ভাৰতৰ ৭৫ সংখ্যক সততাৰ সৈতে আত্মনিৰ্ভৰশীলতা” শীৰ্ষক বিষয়বস্তুৰ ওপৰত আধাৰিত আছিল।

Leave A Reply