Breaking

কাৰাগাৰৰ পৰা মুক্তি লাভ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ…

0 60

শিৱসাগৰ জিলা কাৰাগাৰৰ পৰা মুক্তি হ’ল শৃংখল চলিহা ।
বিগত নিশা কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিল শৃংখল চলিহা।


বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা মুকুলি হোৱাৰ পাছতে বিধায়ক অখিল গগৈৰ সৈতে টেলিফ’নিক বাৰ্তা।
ছ’চিয়েল মিডিয়াৰ জড়িয়তে মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।


বৰ্তমানলৈকে সাংবাদিকৰ আগত কোনো মন্তব্য ৰখা নাই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই।

Leave A Reply