Breaking

নাচি ভালপোৱা চন্দনা গুচি গ’ল মৃত্যুৰ পথেৰে…

0 2,737

চন্দনা দেৱী, ঘৰ মহানগৰীৰ পূব গীতানগৰত। সৰুৰে পৰাই নৃত্য আৰু অভিনয় কৰি ভালপোৱা চন্দনাই বিচাৰিছিল সাংস্কৃতিক জগতখনতে থাকিবলৈ। কিন্তু, হঠাৎ যেন চন্দনাৰ জীৱনলৈ নামি আহিল কাল ধুমুহাৰ। নাচি বাগি ফুৰা ছোৱালীজনী বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি ল’লে চন্দনাই।

বহু মিউজিক ভিডিঅ’ত নৃত্য প্ৰদৰ্শন কৰিছিল চন্দনাই হিয়া উজাৰি অভিনয় আৰু নৃত্যক ভাল পাইছিল প্ৰতিভাৱান ছোৱালীজনীয়ে।

Leave A Reply