Breaking

Sleep Modeত চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ ! ২২ ছেপ্তেম্বৰ পৰ্যন্ত পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা…

0 52

Sleep Modeত চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ। সম্প্ৰতি বন্ধ কৰি দিয়া হৈছে APXS আৰু LIBS payloads।

২২ ছেপ্তেম্বৰ পৰ্যন্ত পুনৰ সক্ৰিয় হোৱাৰ সম্ভাৱনা। ISRO-এ মুকলি কৰিলে বিশেষ আলোকচিত্ৰ।

চন্দ্ৰত সূৰ্য উদয় হোৱাৰ লগে লগে ৰ’ভাৰ প্ৰজ্ঞান কাৰ্যক্ষম হৈ উঠিব বুলি আশাবাদী ISRO

Leave A Reply