Breaking

গুজৰাট টাইটানছক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ অৰ্জন চেন্নাই ছুপাৰ কিংছৰ। এক আৱেগিক মুহূৰ্ত…

0 78

গুজৰাট টাইটানছক পৰাস্ত কৰি চেন্নাই ছুপাৰ কিংছে পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে। চি এছ কেৰ জয়ৰ পাছত জাদেজাৰ সৈতে উদযাপন ধোনীৰ। কোলাত জাদেজাক তুলি ল’লে ধোনীয়ে, চেন্নাই চেম্পিয়ন হোৱাৰ পিছৰ আৱেগিক মুহূৰ্তৰ ভিডিঅ’ত চাওক।


চেন্নাই ছুপাৰ কিংছে গুজৰাট টাইটানছক পৰাস্ত কৰি পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ দখল কৰে। চি এছ কেৰ বিজয়ৰ পিছত ধোনিয়ে জাডেজাক সাৱটি ধৰে। চেন্নাই ছুপাৰ কিংছ পঞ্চমবাৰৰ বাবে আই পি এল ২০২৩ৰ ফাইনেলত জয়লাভ কৰি চেম্পিয়ন হয়। চেন্নাইৰ জয়ৰ পাছত কোলাত তুলি ললে ৰবীন্দ্ৰ জাদেজাক। এই ভিডিঅ’টো IPL য়ে টুইট কৰিছে। এই ভিডিঅ’টো চাই অনুৰাগীসকল আৱেগিক হৈ পৰিল। টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আই পি এল ২০২৩ৰ চূড়ান্ত খেলখন আহমেদাবাদত অনুষ্ঠিত হয়। প্ৰথমে বেটিং কৰি গুজৰাট টাইটানছে ২১৪ ৰান সংগ্ৰহ কৰে। চেন্নাইয়ে ৫টা উইকেট ৰাখি মেচখনত জয়লাভ কৰে। ১৫ নং অভাৰৰ অন্তিম বলত চাৰিটা মাৰি দলটোক জয় প্ৰদান কৰে জাডেজাই। মোহিত শৰ্মাৰ অভাৰত চাৰিৰ লগতে ছয়ো কৰে। চেন্নাইৰ জয়ৰ পিছত ধোনী-জাদেজাৰ লগতে বাকী খেলুৱৈসকল আনন্দত জপিয়াই পৰিল। আইপিএলে টুইট কৰিছে জাদেজা আৰু ধোনিৰ ভিডিঅ’।

চেন্নাইৰ হৈ ফাইনেলত ডেভন কনৱেই ২৫টা বলত ৪৭ ৰান সংগ্ৰহ কৰে। শিৱম ডুবেই ২১টা বলত অপৰাজিত ৩২ ৰান সংগ্ৰহ কৰে। জাডেজাই ৬ বলত অপৰাজিত ১৫ ৰান সংগ্ৰহ কৰে। অম্বতি ৰায়ুডুৱে ১৯ ৰানৰ বৰঙণি আগবঢ়ায়। আনহাতে অজিংক্য ৰাহানে ২৭ ৰানৰ ইনিংছ খেলিছিল।

Leave A Reply