Breaking

ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ-কমাণ্ডিং-ইন-চীফ এয়াৰ মাৰ্শ্বাল ডি কে পাটনায়কৰ সৈতে বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা…

0 52

আজি জনতা ভৱনত ইষ্টাৰ্ন এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ-কমাণ্ডিং-ইন-চীফ এয়াৰ মাৰ্শ্বাল ডি কে পাটনায়কৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বৈঠকত বিশেষভাৱে দেশৰ পূব আৰু উত্তৰ-পূব ক্ষেত্ৰৰ সৈতে জড়িত ৰাষ্ট্ৰীয় নিৰাপত্তা সম্পৰ্কীয় বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে দেশৰ সীমান্ত সুৰক্ষিত কৰাৰ দিশত আগবঢ়াই অহা নি:স্বাৰ্থ সেৱাৰ বাবে অসমবাসীৰ হৈ ভাৰতীয় বায়ুসেনা লৈ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

Leave A Reply