Breaking

আলফা (স্বাঃ)ৰ ৪ কেডাৰৰ আত্মসমৰ্পণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য…

0 49

‘আলফা (স্বাঃ)ৰ সদস্যই আত্মসমৰ্পণ কৰা কথাত মই বেছি গুৰুত্ব নিদিও।

মই বিচাৰো পৰেশ বৰুৱা সোনকালে আমাৰ মাজলৈ আহক’।

আলফা (স্বাঃ)ৰ ৪ কেডাৰৰ আত্মসমৰ্পণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য।

Leave A Reply