Breaking

চিকু বা চপেটা এবিধ অতি পুষ্টিকৰ ফল, এই ফল বিধৰ বিষয়ে জানেনে…

0 134

চিকু বা চপেটা এবিধ অতি পুষ্টিকৰ ফল। এণ্টি-অক্সিডেণ্ট গুণেৰে ভৰপুৰ চিকু ফলত ভিটামিন- এ , চি , ই , ফাইবাৰ, কেলছিয়াম , ফচফৰাছ , পটাছিয়াম , মেগনেছিয়াম আদি প্ৰচুৰ পৰিমাণে পোৱা যায়। আহকচোন জানো এই ফল বিধৰ বিষয়ে…

পেটৰ বিভিন্ন সমস্যা – গেচ , এচিডিটি , বদহজম আদিত এই ফলৰ ৰস খালে উপকৃত হয় ।

কোষ্ঠকাঠিন্যতাৰ সমস্যাত উপকাৰী এই ফল।

চকুৰ দৃষ্টি শক্তি বঢ়াত সহায় কৰে এই ফল বিধে।

শৰীৰৰ হাড়ৰ গঠন মজবুত কৰে ফল বিধে।

আনহাতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে এই ফল বিধে।

মানসিক অৱসাদো দূৰ কৰে।

ওজন কমোৱাত সহায় কৰে এই ফল বিধে।

পুৰণি কাহৰ সমস্যাত এই ফল খালে উপকৃত হয়।

ছাল আৰু চুলিৰ বাবেও অতি উপকাৰী এই ফল ।

Leave A Reply